• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিদ্ৰাহীনতা নিৰাময়ৰ বাবে ‘মিল্ক ইঞ্জেকশ্যন’ থেৰাপীয়েই হ’ল কাল! মৃত্যুক সাৱটিলে এইগৰাকী মডেলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2025 7:37 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৌন্দৰ্য্য বা গুণৰ একোৰে অভাৱ নাই তেওঁৰ। একমাত্ৰ অভাৱ হৈছে টোপনিৰ। আৰু সেই টোপনি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি থাকোঁতে টাইৱানৰ এগৰাকী জনপ্ৰিয় মডেলে নিজৰ প্ৰাণ হেৰুৱালে।

তেওঁ দীৰ্ঘদিন ধৰি নিদ্ৰাহীনতা ৰোগত ভুগি আছিল। ফলত তেওঁৰ শৰীৰত ইয়াৰ প্ৰভাৱ পৰিছিল। সমস্যাটো সমাধান কৰিবলৈ তেওঁ ‘লিপ’ছাকচনৰ গডফাদাৰ’ নামেৰে পৰিচিত এজন চিকিৎসকৰ ওচৰ পালেগৈ। তাৰ পৰাই আৰম্ভ হৈছিল সমস্যা।

Apply Now

টোপনিৰ সমস্যা নিৰাময়ৰ বাবে এইগৰাকী জনপ্ৰিয় মডেলৰ শৰীৰত দিয়া হৈছিল মিল্ক ইঞ্জকশ্যন। তাতেই বিপদ আৰম্ভ হ’ল। হঠাৎ তেওঁৰ শৰীৰটো দুৰ্বল হ’বলৈ ধৰিলে। উশাহ লোৱাত সমস্যা বাঢ়িল। হৃদযন্ত্ৰৰ ওপৰত চাপ বাঢ়িবলৈ ধৰিলে। মৰ্মান্তিকভাৱে তেওঁ মৃত্যুৰ কোলাত ঢলি পৰিল। চিকিৎসকৰ যৎপৰোনাস্তি চেষ্টা ব্যৰ্থ হোৱাৰ পিছত মডেলগৰাকী ক’মালৈ গুচি গ’ল।

এই মিল্ক ইঞ্জেকশ্যন কি?

বহুতৰে বাবে এইটো এটা নতুন বিষয় হ’ব পাৰে। এই মিল্ক ইঞ্জেকশ্যনৰ বাবেই পপ গায়ক মাইকেল জেকচনৰ মৃত্যু হয়। সহজ ভাষাত ক’বলৈ গ’লে ই এক প্ৰকাৰৰ অজ্ঞান কৰা বেজী। কাৰোবাৰ টোপনিত অসুবিধা হ’লে সমস্যা সমাধানৰ বাবে হৰম’ন থেৰাপী কৰা হয়। এই চিকিৎসাৰ সময়ত মিল্ক ইঞ্জেকশ্যন দিয়া হয়।

কিন্তু দুৰ্ভাগ্যজনকভাৱে এই বেজীৰ ‘ঔষধ’ শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে টাইৱানৰ মডেলগৰাকী দুৰ্বল হৈ পৰে। তাৰ পাছত ডাক্তৰে কিবা বুজি পোৱাৰ আগতেই তেওঁ ক’মাত গুচি গ’ল। তাৰ পিছৰ পৰিস্থিতি চিকিৎসকৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। হৃদযন্ত্ৰ আৰু শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ পিছতো ১৮ দিন ক’মাত থাকিল। তাৰ পিছত ১২ জুনত তেওঁৰ পৰিয়ালে লাইফ ছাপোৰ্ট আঁতৰোৱাৰ সিদ্ধান্ত লয়।

টাইৱানৰ এখন অতি জনপ্ৰিয় ক্লিনিকত চিকিৎসাধীন হৈ আছিল এই মডেলগৰাকী। ইয়াৰ পিছতো এই দুৰ্যোগ ৰোধ কৰিব পৰা নগ’ল। এই বেজী লোৱাৰ পিছত তেওঁৰ ধপধপনি আৰু উশাহ-নিশাহৰ সমস্যা হয়।

এই মৃত্যুৰ বাবে ডাক্তৰক দোষাৰোপ কৰা হৈছে। অৱশ্যে তেওঁ টাইৱানৰ এজন বিখ্যাত চিকিৎসক হিচাপে পৰিচিত। কচমেটিক চাৰ্জন হিচাপে তেওঁৰ বহু বছৰৰ অভিজ্ঞতা আছে। তথাপিও এনে দুৰ্যোগ কেনেকৈ হ’ব পাৰে তাৰ তদন্ত চলি আছে।

এই বেজীৰ পৰা যদি কিবা ক্ষতিকাৰক প্ৰভাৱ পৰিল, তেন্তে কিয় দিয়া হ’ল? ডাক্তৰে আগতীয়াকৈ গম পোৱা নাছিল নেকি? এই মৃত্যুক কেন্দ্ৰ কৰি বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে চিকিৎসকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

August 21, 2026 6:00 pm
আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

August 21, 2026 4:54 pm
তেলেংগানাৰ কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেভন্থ ৰেড্ডীক আমেৰিকা ভ্ৰমণৰ অনুমতি নিদিলে মোদী চৰকাৰে : কিন্তু কি কাৰণে?

তেলেংগানাৰ কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেভন্থ ৰেড্ডীক আমেৰিকা ভ্ৰমণৰ অনুমতি নিদিলে মোদী চৰকাৰে : কিন্তু কি কাৰণে?

August 21, 2026 3:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

August 21, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd