• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহামাৰী ৰোধত ব্যৰ্থ চৰকাৰ; ক’ৰ’ণাক্ৰান্তৰ সংখ্যা গোপন কৰাৰ অভিযোগ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকাৰ গান্ধীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 15, 2021 6:47 pm
1583776791-261
346
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশ চৰকাৰক কোভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাত ব্যৰ্থ হোৱা বুলি সমালোচনা কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই উত্তৰ প্ৰদেশ চৰকাৰক কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ দৃঢ় পদক্ষেপ ল’বলৈ দাবী জনাই দৃঢ়তাৰে কয় যে চৰকাৰে এই ব্যৰ্থতা লুকুৱাই ৰাখিবলৈ যিদৰে সময় আৰু সম্পদ বিনিয়োগৰ চেষ্টা কৰিছে তাত ‘নিষ্ফল’ হৈছে চৰকাৰ।

নিজৰ টুইটাৰত একাউন্টত এক টুইট কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে,“উত্তৰ প্ৰদেশ চৰকাৰলৈ এটা অনুৰোধ আছে; সময়, সম্পদ আৰু শক্তি বিনিয়োগ কৰি তথ্য লুকুৱাবলৈ চেষ্টা কৰাতো বৃথা, এই মহামাৰীক প্ৰতিৰোধ কৰক।”

প্ৰিয়ংকাৰ গান্ধীৰ মতে দৃঢ় পদক্ষেপেহে মহামাৰীৰ ৰোধ কৰাৰ লগতে মানুহৰ জীৱন ৰক্ষা কৰিব পাৰিব।

স্মৰ্তব্য যে বুধবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশ চৰকাৰে কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা লুকুৱাইছে বুলি গুৰুতৰ অভিযোগ কৰিছিল।

প্ৰিয়ংকা গান্ধীৰ মতে চৰকাৰে প্ৰথম দিনাৰ পৰাই সচেতন হোৱা হ’লে মানুহ এনে সময়ৰ সাক্ষী নহ’লহেঁতেন।

Tags: COVID-19

Recent News

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

গাঁঠিৰ বিষত আক্ৰান্ত নেকি আপুনি? ‘গাউট’ত যদি ভুগিছে তেন্তে পঢ়ক এই প্ৰতিবেদন

গাঁঠিৰ বিষত আক্ৰান্ত নেকি আপুনি? ‘গাউট’ত যদি ভুগিছে তেন্তে পঢ়ক এই প্ৰতিবেদন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd