• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

কেনেকৈ চকুৰ যত্ন ল’ব ? জানি লওক কিছুমান সহজ উপায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2025 7:00 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানৱ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল অংগ হৈছে চকু। যি পোহৰাইতোলে  ধৰাক।  গতিকে ইয়াৰ যত্ন লোৱাটো অত্যন্ত প্ৰয়োজনীয়। বৰ্তমানৰ অসংহত জীৱনশৈলীৰ ফলত আজিকালি কম বয়সতে চকুৰ দৃষ্টিশক্তি দুৰ্বল হ’বলৈ ধৰিছে। চকু শুকান হোৱা, জ্বলা-পোৰা কৰা, ৰঙা হোৱা, চকু পানী ওলোৱা আদি সমস্যাই দেখা দিছে। এই সমস্যাবোৰ যদি আওকাণ কৰি সঠিক যত্ন লোৱা নহয়, তেন্তে ই গ্ল’ক’মা, কেটাৰেক্ট আদিকে ধৰি গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। চকুৰ এই গুৰুতৰ সমস্যাসমূহৰ পৰা বাচি থাকিবৈ কি কি উপায় অবলম্বন কৰিব জানো অহক-

স্ত্ৰীণৰ সময় কমাওক
আজিকালি শিশু-প্ৰাপ্তবয়স্ক সকলোৱে ঘণ্টাৰ পিছত ঘণ্টা মোবাইল, লেপটপ, টিভি আদি ব্যৱহাৰ কৰে, যাৰ বেয়া প্ৰভাৱ চকুত পৰে। গতিকে স্ত্ৰীণৰ সময় কমাব লাগে। যদি প্ৰয়োজনীয় কাম থাকে, তেন্তে প্ৰতি ২০ মিনিটৰ মূৰে মূৰে ২০ চেকেণ্ডৰ বাবে দূৰৰ কিবা এটা চাওক আৰু চকু টিপিয়াই লওক। শিথিল হ’বলৈ হাতৰ তলুৱা চকুৰ ওপৰত ৰাখিব।

Apply Now

ছানগ্লাছ পিন্ধক-
সূৰ্যৰ ৰশ্মিয়ে কেৱল লগতে চকুৰো ক্ষতি কৰে। বহুতেই সূৰ্যৰ তীব্ৰ পোহৰত ছানগ্লাছ নোপিন্ধাকৈ ওলাই যায়, যাৰ ফলত চকুত সমস্যা হয়। এতেকে, বাহিৰলৈ ওলোৱাৰ সময়ত ছানগ্লাছ পিন্ধা বা ছাতি লগত ৰাখা উত্তম।

শৰীৰ হাইড্ৰেট কৰি ৰাখক-
যথেষ্ট পৰিমাণে পানী নাখালে সমগ্ৰ শৰীৰৰ লগতে চকুৰো ক্ষতি হয়। চকু শুকান হৈ পৰে। যদি পানী কম খোৱাৰ অভ্যাস আছে, তেন্তে মাখন, নেমু পানী, ফলৰ ৰস আদি খাব পাৰে।

সঠিক খাদ্য গ্ৰহণ কৰক-
আজিকালি বহু
লোকে পুষ্টিকৰ খাদ্য নাখায়, যাৰ ফলত চকুৰ সমস্যা হয়। চকুৰ বাবে জিংক, ভিটামিন এ, লুটিন, ওমেগা ৬ ফেটি এচিড আদি উপাদানৰ প্ৰয়োজন। এইবোৰ উপাদান থকা খাদ্য যেনে বিলাহী, মাছ, কণী, আলমণ্ড, কমলা, আঙুৰ আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত।

সঠিক টোপনি লওক-
আধুনিক জীৱনশৈলীৰ বাবে মানুহে প্ৰায়ে দেৰিলৈকে জগি থাকে, যাৰ বেয়া প্ৰভাৱ চকুত পৰে। ইয়াৰ ফলত বহুতো সমস্যাও দেখা দিব পাৰে। নিশা ১০ বজাৰ ভিতৰত শুই পৰা আৰু ৭-৮ ঘণ্টা নিদ্ৰা কৰা উচিত।

এই সৰু পৰিবর্তনবোৰ গ্ৰহণ কৰিলে চকুৰ বিভিন্ন সমস্যাৰ পৰা ৰেহাই পাব পাৰি। ইয়াৰো এনে কোনো  চকুৰ সমস্যাত ভোগিলে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd