• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিমান চলাচল পুনৰ আৰম্ভ কৰিবলৈ ভাৰতৰ কাষ চাপিছে তালিবান চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2021 7:33 pm
Taliban govt approaches India to resume flights
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীলৈ অহা-যোৱা কৰা আফগানিস্তানৰ ‘এয়াৰলাইনচ্ কাম এয়াৰ’ আৰু ‘আৰিয়ানা আফগান এয়াৰলাইন’ৰ দ্বাৰা পৰিচালিত বিমান সমূহ পুনৰ আৰম্ভ কৰিবলৈ বিচাৰিছে তালিবান চৰকাৰে।

নতুন তালিবান শাসনৰ অধীনস্থ আফগানিস্তান অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষই ভাৰতৰ অসামৰিক বিমান পৰিবহন সঞ্চালকালয়(DGCA)লৈ পত্ৰ লিখি এই অনুৰোধ জনাইছে।

DGCAৰ মুৰব্বী অৰুণ কুমাৰে পত্ৰখন প্ৰাপ্ত কৰাৰ কথা নিশ্চিত কৰে আৰু কয় যে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে বিষয়টো সন্দৰ্ভত সিদ্ধান্ত ল’ব।

উল্লেখ্য যে তালিবানৰ ক্ষমতা দখলৰ পিছত আফগানিস্তানৰ আকাশসীমাক ‘অনিয়ন্ত্ৰিত’ বুলি ঘোষণা কৰা হৈছিল আৰু ১৬ আগষ্টত কাবুলৰ অসামৰিক বিমান চলাচল কাৰ্যকৰীভাৱে বন্ধ কৰা হৈছিল।

Apply Now

অৱশ্যে তেতিয়াৰ পৰা তালিবান চৰকাৰে কাটাৰৰ সহায়ত কাবুলকে ধৰি দেশখনৰ কেইবাটাও বিমানবন্দৰ পুনৰ আৰম্ভ কৰিবলৈ সক্ষম হৈছে।

আৰিয়ানা আফগান এয়াৰলাইনে ইতিমধ্যে ঘৰুৱা বিমান পৰিচালনা কৰি আহিছে আৰু অধিগ্ৰহণৰ পিছত প্ৰথম আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক বিমানখন পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছে ১৩ ছেপ্টেম্বৰত ইছলামাবাদ আৰু কাবুলৰ মাজত পৰিচালনা কৰিছিল।

বৰ্তমান কাবুলৰ পৰা বাহিৰলৈ পাকিস্তান আৰু ইৰাণলৈ নিয়মীয়া আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল কৰা হৈছে।

৭ ছেপ্টেম্বৰ তাৰিখে কুমাৰক সম্বোধন কৰা পত্ৰখনত আফগানিস্তানৰ অসামৰিক বিমান পৰিবহন আৰু পৰিবহন মন্ত্ৰী আলহাজ হামিদুল্লাহ আখুন্দজাদাই লিখিছিল: “এই পত্ৰখনৰ উদ্দেশ্য হৈছে স্বাক্ষৰিত বুজাবুজি চুক্তিৰ ওপৰত আধাৰিত কৰি দুখন দেশৰ মাজত যাত্ৰীৰ চলাচল মসৃণ কৰি ৰখা। আমাৰ ৰাষ্ট্ৰীয় সেৱা (আৰিয়ানা আফগান এয়াৰলাইন আৰু কাম এয়াৰ)ই তেওঁলোকৰ নিৰ্ধাৰিত বিমান চলাচল আৰম্ভ কৰাৰ লক্ষ্য ৰাখিছে। সেয়েহে, আফগানিস্তান অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষই আপোনাক তেওঁলোকৰ বাণিজ্যিক বিমানৰ চলাচলৰ বাবে অনুৰোধ জনাইছে।”

তেওঁ লগতে কয়, “আফগানিস্তানৰ ইছলামিক আমিৰাতৰ অসামৰিক বিমান পৰিবহনে ইয়াৰ সৰ্বোচ্চ নিশ্চয়তা লাভ কৰিছে।”

“যিহেতু আপোনাক ভালদৰে জনোৱা হৈছে যে শেহতীয়াকৈ আমেৰিকান সৈন্যই তেওঁলোকৰ প্ৰত্যাহাৰৰ আগতে কাবুল বিমানবন্দৰটো ক্ষতিগ্ৰস্ত আৰু অকাৰ্যকৰী কৰিছিল। কিন্তু আমাৰ ‘কাটাৰ ব্ৰাদাৰ’ৰ কাৰিকৰী সহায়ৰ দ্বাৰা বিমানবন্দৰটো পুনৰ এবাৰ কাৰ্যক্ষম হ’ল আৰু ৬ ছেপ্টেম্বৰত এই সন্দৰ্ভত এটা NOTAM জাৰী কৰা হৈছে।” DGCA লৈ প্ৰেৰণ কৰা পত্ৰত এইদৰে উল্লেখ কৰে আখুন্দজাদাই।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰৰ পিছত কাবুল বিমানবন্দৰ ভাৰতকে ধৰি বিভিন্ন দেশৰ দ্বাৰা পৰিচালিত স্থানান্তৰ অভিযানৰ কেন্দ্ৰবিন্দু আছিল।

তালিবান অধিগ্ৰহণৰ আগতে ভাৰতৰ ৰাষ্ট্ৰীয় বিমান সেৱা এয়াৰ ইণ্ডিয়া আৰু কম খৰচী এয়াৰলাইন স্পাইচজেটে দিল্লী আৰু কাবুলৰ মাজত বিমান পৰিচালনা কৰিছিল।

এয়াৰ ইণ্ডিয়াই ১৫ আগষ্টত কাবুললৈ ইয়াৰ অন্তিম নিৰ্ধাৰিত বিমান পৰিচালনা কৰাৰ বিপৰীতে স্পাইচজেটে যোৱা বছৰ কোভিড-১৯ মহামাৰীৰ সময়ত ইয়াৰ বিমান চলাচল স্থগিত ৰাখিছিল।

এই বিমানবোৰে মুখ্যতঃ চিকিৎসা পৰ্যটক, শিক্ষাৰ্থী আৰু ব্যৱসায়ীসকলক যাত্ৰী হিচাপে লৈ চলাচল কৰিছিল। তদুপৰি বিমানবোৰৰ দ্বাৰা মচলা আৰু শুকানফলৰ আমদানি-ৰপ্তানি কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd