• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হত্যা কৰা হ’ল ২০২১ চনত কাবুলত হোৱা আত্মঘাতী বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড ISIS-K ৰ নেতাক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2023 10:11 am
35.5k
VIEWS
Share on FacebookShare on Twitter

২০২১ চনত কাবুল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এবে গেটত সংঘটিত হোৱা মাৰাত্মক আত্মঘাতী বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰা ISIS-K নেতাক তালিবানে হত্যা কৰাৰ খবৰ আহি পৰিছে। এই কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে।

ISIS-Kঅৰ্থ হৈছে আফগানিস্তান আৰু ইয়াৰ আশে–পাশে থকা অঞ্চলত সক্ৰিয় সন্ত্ৰাসবাদী সংগঠনৰ সংযুক্ত সংস্থা।

প্ৰশাসনে ISIS-K ৰ নেতাগৰাকীৰ নাম উল্লেখ কৰা নাই যদিও ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ কৌশলগত যোগাযোগৰ সমন্বয়ক জন কিৰ্বিয়ে তেওঁক আফগানিস্তানৰ পৰা আমেৰিকাই প্ৰত্যাহাৰৰ অন্তিম দিনকেইটাত সংঘটিত হোৱা ভয়ংকৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ড বুলি অভিহিত কৰে।

তালিবানে কেতিয়া আইছিছ–কেৰ নেতাজনক হত্যা কৰিছিল সেই কথা কিৰ্বিয়ে স্পষ্ট কৰা নাছিল যদিও এই বছৰ ISIS-k এ সন্মুখীন হোৱা ডাঙৰ ক্ষতিৰ ভিতৰত ইয়াক অন্যতম বুলি অভিহিত কৰিছে।

উল্লেখ্য যে তালিবানে অঞ্চলটোৰ নিজৰ অধীনলৈ আনিবলৈ সক্ষো হোৱা এইদিনমান পূৰ্বেই আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত কৰা সন্ত্ৰাসবাদী আব্দুল ৰেহমান আল–ল’ঘ্ৰী কাৰাগাৰৰ পৰা মুকলি হৈছিল। এই আক্ৰমণত ১৩ জন আমেৰিকান নাগৰিক আৰু ১৭০ জনতকৈ অধিক আফগান লোকৰ মৃত্যু হৈছিল।

২০২১ চনৰ আগষ্ট মাহত আফগানিস্তানৰ পৰা আমেৰিকা আঁতৰি অহাৰ পিছৰে পৰা সমগ্ৰ দেশতে ISIS-Kৰ বিৰুদ্ধে তালিবানে দমনৰ চেষ্টা চলাইছে যদিও সন্ত্ৰাসবাদী সংগঠনটোক ধ্বংস কৰাত সফল হোৱা নাই।

যোৱা মাহত আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ অধিনায়ক জেনেৰেল এৰিক কুৰিলাই কয় যে সন্ত্ৰাসবাদী সংগঠনটোৱে অঞ্চলটোত আক্ৰমণ বৃদ্ধি কৰিছে আৰু আফগানিস্তানৰ বাহিৰত আমেৰিকাৰ গৃহভূমি আৰু বিদেশত আমেৰিকাৰ স্বাৰ্থৰ বিৰুদ্ধে আক্ৰমণৰ পৰিকল্পনা কৰিবলৈ চেষ্টা কৰিছে।

হোৱাইট হাউছৰ বৈদেশিক সম্পৰ্ক সমিতিৰ অধ্যক্ষ টেক্সাছৰ প্ৰতিনিধি মাইকেল মেককলে ISIS-K নেতাগৰাকীৰ হত্যাকাণ্ডক প্ৰশংসা কৰাৰ লগতে এবে গেটত হোৱা আক্ৰমণৰ বাবে বাইডেন প্ৰশাসন দায়ী বুলি যুক্তি আগবঢ়ায়।

Recent News

ইছৰোৰ আদিত্য এল-১ সৌৰ জ্যোতিৰ্বিজ্ঞান কৰ্মশালাৰ বাবে নিৰ্বাচিত অসমৰ মেধাৱী ছাত্ৰী হিমানী গুৰুং

ইছৰোৰ আদিত্য এল-১ সৌৰ জ্যোতিৰ্বিজ্ঞান কৰ্মশালাৰ বাবে নিৰ্বাচিত অসমৰ মেধাৱী ছাত্ৰী হিমানী গুৰুং

এইচআইভি আক্ৰান্ত কিশোৰীক বাৰম্বাৰ যৌন নিৰ্যাতন! গৰ্ভপাত কৰিবলৈ কৰোৱা হৈছিল বাধ্য

এইচআইভি আক্ৰান্ত কিশোৰীক বাৰম্বাৰ যৌন নিৰ্যাতন! গৰ্ভপাত কৰিবলৈ কৰোৱা হৈছিল বাধ্য

শত্ৰুক চিনাৰ নতুন কিটিপ! ইছলামিক আৰু আৰবী শিক্ষা বাধ্যতামূলক কৰিলে ইজৰাইলৰ সেনাবাহিনীয়ে

শত্ৰুক চিনাৰ নতুন কিটিপ! ইছলামিক আৰু আৰবী শিক্ষা বাধ্যতামূলক কৰিলে ইজৰাইলৰ সেনাবাহিনীয়ে

ফেঁটীসাপক কামুৰি হত্যা কৰিলে ১ বছৰীয়া শিশুৱে, প্ৰাণৰক্ষা কণমানিটোৰ

ফেঁটীসাপক কামুৰি হত্যা কৰিলে ১ বছৰীয়া শিশুৱে, প্ৰাণৰক্ষা কণমানিটোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd