• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হত্যা কৰা হ’ল ২০২১ চনত কাবুলত হোৱা আত্মঘাতী বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড ISIS-K ৰ নেতাক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2023 10:11 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ চনত কাবুল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এবে গেটত সংঘটিত হোৱা মাৰাত্মক আত্মঘাতী বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰা ISIS-K নেতাক তালিবানে হত্যা কৰাৰ খবৰ আহি পৰিছে। এই কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে।

ISIS-Kঅৰ্থ হৈছে আফগানিস্তান আৰু ইয়াৰ আশে–পাশে থকা অঞ্চলত সক্ৰিয় সন্ত্ৰাসবাদী সংগঠনৰ সংযুক্ত সংস্থা।

Apply Now

প্ৰশাসনে ISIS-K ৰ নেতাগৰাকীৰ নাম উল্লেখ কৰা নাই যদিও ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ কৌশলগত যোগাযোগৰ সমন্বয়ক জন কিৰ্বিয়ে তেওঁক আফগানিস্তানৰ পৰা আমেৰিকাই প্ৰত্যাহাৰৰ অন্তিম দিনকেইটাত সংঘটিত হোৱা ভয়ংকৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ড বুলি অভিহিত কৰে।

তালিবানে কেতিয়া আইছিছ–কেৰ নেতাজনক হত্যা কৰিছিল সেই কথা কিৰ্বিয়ে স্পষ্ট কৰা নাছিল যদিও এই বছৰ ISIS-k এ সন্মুখীন হোৱা ডাঙৰ ক্ষতিৰ ভিতৰত ইয়াক অন্যতম বুলি অভিহিত কৰিছে।

উল্লেখ্য যে তালিবানে অঞ্চলটোৰ নিজৰ অধীনলৈ আনিবলৈ সক্ষো হোৱা এইদিনমান পূৰ্বেই আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত কৰা সন্ত্ৰাসবাদী আব্দুল ৰেহমান আল–ল’ঘ্ৰী কাৰাগাৰৰ পৰা মুকলি হৈছিল। এই আক্ৰমণত ১৩ জন আমেৰিকান নাগৰিক আৰু ১৭০ জনতকৈ অধিক আফগান লোকৰ মৃত্যু হৈছিল।

২০২১ চনৰ আগষ্ট মাহত আফগানিস্তানৰ পৰা আমেৰিকা আঁতৰি অহাৰ পিছৰে পৰা সমগ্ৰ দেশতে ISIS-Kৰ বিৰুদ্ধে তালিবানে দমনৰ চেষ্টা চলাইছে যদিও সন্ত্ৰাসবাদী সংগঠনটোক ধ্বংস কৰাত সফল হোৱা নাই।

যোৱা মাহত আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ অধিনায়ক জেনেৰেল এৰিক কুৰিলাই কয় যে সন্ত্ৰাসবাদী সংগঠনটোৱে অঞ্চলটোত আক্ৰমণ বৃদ্ধি কৰিছে আৰু আফগানিস্তানৰ বাহিৰত আমেৰিকাৰ গৃহভূমি আৰু বিদেশত আমেৰিকাৰ স্বাৰ্থৰ বিৰুদ্ধে আক্ৰমণৰ পৰিকল্পনা কৰিবলৈ চেষ্টা কৰিছে।

হোৱাইট হাউছৰ বৈদেশিক সম্পৰ্ক সমিতিৰ অধ্যক্ষ টেক্সাছৰ প্ৰতিনিধি মাইকেল মেককলে ISIS-K নেতাগৰাকীৰ হত্যাকাণ্ডক প্ৰশংসা কৰাৰ লগতে এবে গেটত হোৱা আক্ৰমণৰ বাবে বাইডেন প্ৰশাসন দায়ী বুলি যুক্তি আগবঢ়ায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd