DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৃশংস তালিবান: বিয়াঘৰত গান বজোৱাৰ বাবেই ১৩ জনক গুলীয়াই হত্যা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 31, 2021 2:47 pm
327
VIEWS
Share on FacebookShare on Twitter

নিষ্ঠুৰ তালিবানে আফগানিস্তান দখল কৰাৰ পিছত দেশ খনৰ সাধাৰণ জনতাই এতিয়া নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে।

তালিবানে আফগান মহিলাসকলক ইছলামৰ দোহাই দি নানান অত্যাচাৰ কৰাৰ লগতে সংগীত উপভোগ কৰা লোকসকলকো এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

দেশ খনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আমৰুল্লা চালেহে শেহতীয়াকৈ টুইটাৰত তালিবানৰ নৃশংসতাৰ এক ভয়াৱহ ঘটনাৰ কথা উল্লেখ কৰিছে।

প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে তেওঁৰ টুইটাৰত এইবুলি উল্লেখ কৰিছে যে আফগানিস্তানৰ নানগাৰহাৰ প্ৰদেশৰ এখক বিবাহ অনুষ্ঠানত সমৱেত লোকসকলে গীত বজাই আছিল।

সেইসময়তে গীত বজোৱাৰ অপৰাধত তালিবানে বিবাহস্থলীত উপস্থিত হৈ যধে-মধে গুলীচালনা কৰিবলৈ ধৰে।

এই ঘটনাত ১৩ জন লোকৰ থিতাতে মৃত্যু ঘটে।

তালিবানে সংগীত শুনাটো এক প্ৰকাৰ নিষিদ্ধ কৰিছে। সংগীত শুনাটো ইছলামৰ পৰিপন্থী বুলি তালিবানপন্থী সকলে কৈ আহিছে।

কেৱল গীত শুনাৰ বাবেই তালিবানে ১৩ জনকৈ লোকক নিষ্ঠুৰ ভাবে গুলীয়াই হত্যা কৰাৰ বিষয়টোৱে এতিয়া বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা গৈছে।

এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে টুইটাৰত লগতে এইবুলিও লিখিছে যে বিগত ২৫ বছৰ ধৰি পাকিস্তানে তালিবানক আফগান সংস্কৃতি ধ্বংসৰ প্ৰশিক্ষণ দিছে।

আইএছআইৰ সহযোগত পাকিস্তানে আফগানিস্তানৰ মাটি দখল কৰিবলৈ অগ্ৰসৰ হোৱা বুলিও তেওঁ মন্তব্য কৰে।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd