• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ইছলামিক আইনেৰে পৰিচালিত হ’ব আফগানিস্তান: সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ সৰ্বোচ্চ নেতা আখুন্দজাদাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2022 9:42 am
Taliban Islamic Law In Afghanistan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত বৰ্ষৰ আগষ্টত কট্টৰ ইছলামিক সংগঠন তালিবানে আফগানিস্তানৰ ক্ষমতা দখলৰ পিছৰ পৰাই দেশখনত মানৱ অধিকাৰ হৰণে বিশ্ব সম্প্ৰদায়ক উদ্বিগ্ন কৰি তুলিছে। আফগানী জনসাধাৰণৰ মানৱ অধিকাৰৰ পৰিস্থিতিক লৈ বাঢ়ি অহা উদ্বেগৰ মাজতে তালিবানৰ সৰ্বোচ্চ নেতা মৌলৱী হেবাতুল্লা আখুন্দজাদাই দেশখনত ইছলামিক আইন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে।

তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে এক বিবৃতিত উল্লেখ কৰা মতে তালিবানৰ সৰ্বোচ্চ নেতাগৰাকীয়ে দেশখনৰ ন্যায়াধীশসকলৰ এটা গোটৰ সৈতে সাক্ষাৎ কৰাৰ পিছত এই আদেশ ঘোষণা কৰিছে।

Apply Now

দেওবাৰে এক টুইট যোগে জাবিহুল্লাহ মুজাহিদে উল্লেখ কৰা মতে শ্বৰিয়া চৰ্ত সম্পূৰ্ণৰূপে উলংঘন কৰা অপৰাধীসকলৰ ওপৰত শ্বৰিয়া আইনৰ অধীনত বাধ্যতামূলকভাৱে শাস্তি জাৰি কৰিবলৈ আখুন্দজাদাই নিৰ্দেশ প্ৰদান কৰিছে।

তালিবানৰ আন এগৰাকী মুখপাত্ৰই ইছলামিক আমিৰাতৰ নেতাগৰাকীৰ এই আদেশ সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ’ব বুলি স্পষ্ট কৰি দিছে। এক আন্ত:ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ সৈতে সাক্ষাৎকাৰত তালিবানৰ মুখপাত্ৰ ইউচেফ আহমেদীয়ে কয়, “যিসকল হত্যা, অপহৰণ আৰু চুৰিৰ সৈতে জড়িত, তেওঁলোকক তেওঁলোকৰ কাৰ্যৰ বাবে শাস্তি দিব লাগিব।”

উল্লেখ্য যে তালিবানে শাসনলৈ অহাৰ পিছতে দেশখনৰ মহিলাসকলক অসামৰিক সেৱাৰ নেতৃত্বৰ পদৰ পৰা বৰ্খাস্ত কৰাৰ লগতে অধিকাংশ প্ৰদেশতে কন্যা শিক্ষাৰ্থীক মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ নিষেধ কৰিছে।

তালিবানৰ আদেশ অনুসৰি, লগত কোনো পুৰুষ আত্মীয় নাথাকিলে মহিলাসকলক ভ্ৰমণ কৰাতো বাধা আৰোপ কৰাৰ লগতে ৰাজহুৱাস্থানত মহিলাৰ মুখ ঢাকি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছিল। দেশখনৰ মহিলা সকলৰ ওপৰত আৰোপ কৰা এনে বাধা-নিষেধৰ বিৰুদ্ধে মহিলাসকলে ৰাজপথত নামি বিক্ষোভ প্ৰদৰ্শনো কৰিছিল।

দেশখনৰ সংবাদ মাধ্যমৰ ওপৰতো তালিবানে কঠোৰভাৱে চেঞ্চৰ আৰোপ কৰিছে। তালিবানৰ বিৰুদ্ধে সমালোচনাত্মক প্ৰতিবেদনত বাধ্যবাধকতা আৰোপ কৰাৰ লগতে সাংবাদিকসকলক আটক তথা প্ৰহাৰ পৰ্যন্ত কৰা হৈছে।

তালিবানৰ এনে কঠোৰতম শাসন ব্যৱস্থাৰ বিৰুদ্ধে বিশ্বৰ মানৱ অধিকাৰ গোটসমূহ সৰৱ হৈ পৰিছে। তালিবান বাহিনীয়ে প্ৰতিশোধ মূলক হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ তুলি মানৱ অধিকাৰ গোটসমূহে তালিবানক কঠোৰ নিন্দা কৰি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd