• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তামিলনাডুৰ এক্সপ্ৰেছ আৰু মালবাহী ট্ৰেইনৰ সংঘৰ্ষত! ১৯জন আহত, ১৩টা ডবা লাইনচ্যুত

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 12, 2024 11:45 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ এখন মালবাহী ৰে’লৰ পিছফালে খুন্দা মৰাৰ ফলত মহীছুৰু-দ্বাৰভংগা বাগমতী এক্সপ্ৰেছত কমেও ১৯ জন আহত হয়। এতিয়ালৈকে কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। শুকুৰবাৰে সন্ধিয়া এই দুৰ্ঘটনাত কমেও ১৩টা ডবা ৰেলপথৰ পৰা ওলাই যায়। জানিব পৰা মতে এই দুৰ্ঘটনাত এক্সপ্ৰেছ ট্ৰেইনখনৰ দুটা ডবাত অগ্নিকাণ্ড সংঘটিত হয়। শনিবাৰে পুৱা আৱদ্ধ যাত্ৰীসকলক বিশেষ ৰে’লেৰে গন্তব্যস্থানলৈ লৈ যোৱা হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাটোৰ পিছত সেই লাইনত ৰেলৰ চলাচল স্বাভাৱিকতে বন্ধ হৈ পৰে। পৰিস্থিতি ক্ষিপ্ৰতাৰে স্বাভাৱিক কৰাৰ কাম আৰম্ভ হৈছে। ড্ৰ’নৰ ফুটেজত দেখা গৈছে যে ক্ষতিগ্ৰস্ত বগিবোৰে অঞ্চলটোত ক্ষতি কৰিছে।

ঘটনা অনুসৰি শুকুৰবাৰে মহীচুৰুৰ পৰা বিহাৰৰ দ্বাৰভংগালৈ গৈ আছিল যাত্ৰী বাগমতী এক্সপ্ৰেছ। থিৰুভাল্লুৰ সমীপৰ কাৱৰাপেট্টাই ষ্টেচনত এখন মালবাহী ৰেল ৰৈ গ’ল। তীব্ৰ বেগেৰে আহি বাগমতী এক্সপ্ৰেছখনে পিছফালৰ পৰা মালবাহী গাড়ীখনত খুন্দা মাৰিলে। নিশা প্ৰায় ৮:৩০ বজাত দুখন ৰে’লৰ সংঘৰ্ষত জুই লাগে। আতংকিত হৈ পৰিল যাত্ৰীসকল। অৱশ্যে ক্ষতিগ্ৰস্ত কোঠাৰ ৯৫ শতাংশ যাত্ৰী নিৰাপদ বুলি ৰে’লৱে অৱগত কৰে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে নিজেই কয় যে তেওঁ সমগ্ৰ বিষয়টো চোৱা-চিতা কৰিছে। উপ-মুখ্যমন্ত্ৰী ষ্টেলিনপুত্ৰ উদয়নিধিয়ে ষ্টেলিন ষ্টেলিন মেডিকেল কলেজ পৰিদৰ্শন কৰি আহত যাত্ৰীসকলক সাক্ষাৎ কৰে। পৰৱর্তী ৰে’লত উঠা পৰ্যন্ত সুস্থ যাত্ৰীসকলক পানী, খাদ্য আৰু অন্যান্য সেৱা অবিৰতভাৱে প্রদান কৰা হৈছে বুলিও প্রশাসনে অৱগত কৰিছে৷

Apply Now

শেহতীয়াকৈ এনে দুৰ্ঘটনা বাৰে বাৰে সংঘটিত হোৱা দেখা গৈছে। ফলত পুনৰ ৰেলযোগে যাতায়তৰ নিৰাপত্তাক লৈ বহু লোক চিন্তিত হৈ পৰিছে। প্ৰশ্ন উত্থাপন হয় যে কিয় এনেকুৱা হ’ল। চিগনেলৰ সমস্যা নে বাগমতী এক্সপ্ৰেছৰ অত্যধিক গতিৰ বাবে ইমান ডাঙৰ দুৰ্ঘটনা? ৰেলৱেৰ বিষয়াসকলে তদন্ত অব্যাহত ৰাখিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd