• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

তামিলনাডু বিধানসভাত অস্বাভাৱিক পৰিস্থিতি: মুখ্যমন্ত্ৰীৰ সৈতে বিবাদত লিপ্ত হৈ বিধানসভা এৰিলে ৰাজ্যপালে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2023 5:05 pm
Tamil Nadu Governor Walks Out
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ শাসকীয় দ্ৰাবিদা মুনেত্ৰ কাঝাগাম আৰু ৰাজ্যপাল আৰ এন ৰবিৰ মাজত চলি থকা শীতল যুদ্ধ আজি বিধানসভাৰ মজিয়াত তীব্ৰতৰ হৈ পৰে। মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ সৈতে বিবাদত লিপ্ত হৈ আজি বিধানসভাৰ পৰা ওলাই আহে ৰাজ্যপাল আৰ এন ৰবি।

মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে সদনৰ অধ্যক্ষক ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা পৰম্পৰাগত ভাষণ ৰেকৰ্ডত ল’বলৈ আহ্বান জনোৱাৰ পাছত আৰু ৰাজ্যপালে পৰম্পৰাগত ভাষণত যোগ কৰা কিছু অংশ আঁতৰাই পেলোৱাৰ পিছত বিধানসভাৰ মজিয়াত এই অকল্পনীয় পৰিস্থিতিৰ সৃষ্টি হয়।

Apply Now

ৰাজ্যপাল ৰবিয়ে চৰকাৰে প্ৰস্তুত কৰা ভাষণৰ পৰা ধৰ্মনিৰপেক্ষতাৰ বিষয়ে উল্লেখ থকা অংশ, তামিলনাডুক শান্তিৰ আশ্ৰয়স্থল বুলি অভিহিত কৰা অংশ, আৰু পেৰিয়াৰ, বি আৰ আম্বেদকাৰ, কে কামৰাজ, চি এন আন্নদুৰাই, আৰু কৰুণানিধিৰ দৰে নেতাৰ বিষয়ে উল্লেখ থকা অংশ এৰি দিয়াৰ পিছত মুখ্যমন্ত্ৰী ষ্টেলিনে এই কথাৰ বিৰোধ কৰে।

ৰাজ্যপাল গৰাকীয়ে লগতে শাসকীয় ডি এম কে- ই প্ৰচাৰ কৰা ‘দ্ৰাবিড় মডেল’ৰ বিষয়েও এৰাই চলে। এম কে ষ্টেলিনে ৰাজ্যপালৰ এই কাৰ্য্য বিধানসভাৰ পৰম্পৰাৰ বিৰুদ্ধে বুলি অভিযোগ কৰে আৰু ৰাজ্যপালৰ সম্পূৰ্ণ মুদ্ৰিত ভাষণ বজাই ৰখাৰ বাবে প্ৰস্তাৱ আগবঢ়ায়।

মুখ্যমন্ত্ৰী ষ্টেলিনৰ এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছতে ৰাজ্যপাল আৰ এন ৰবিয়ে তৎক্ষণাত সদনৰ পৰা ওলাই যায়। ৰাজ্যপালগৰাকীয়ে আনকি কেইমুহূৰ্তমানৰ পিছতে গোৱা জাতীয় সংগীতৰ বাবেও বিধানসভাত থকাৰ প্ৰয়োজনবোধ নকৰে। ভাৰতীয় ৰাজনীতিত বিধানসভাৰ ইতিহাসত হয়তো প্ৰথমবাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে।

উল্লেখ্য যে শেহতীয়াকৈ ২০খন বিধেয়কত অনুমোদন দিবলৈ অস্বীকাৰ কৰাকে ধৰি বিভিন্ন বিষয়ক লৈ ষ্টেলিন চৰকাৰ আৰু ৰাজ্যপাল ৰবিৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছে। শাসকীয় দলটোৱে ইয়াৰ পাছতে ৰবিৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ হিন্দুত্ববাদী মতাদৰ্শৰ প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

ইয়াৰ উপৰিও দেওবাৰে ডি এম কে- ই ৰবিক ৰাজ্যৰ ৰাজনীতিত অপ্ৰয়োজনীয়ভাৱে হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰি পুনৰ এই পথত আগবাঢ়ি যোৱাৰে সিদ্ধান্ত ল’লে পদত্যাগ কৰাৰো দাবী জনাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd