• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোটেলৰ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ অভিনেত্ৰীৰ মৃতদেহ, তীব্ৰ চাঞ্চল্য

এন ই নাও নিউজ by এন ই নাও নিউজ
December 9, 2020 2:59 pm
a chithra-dies-
7.3k
VIEWS
Share on FacebookShare on Twitter

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য মাৰ নৌযাওঁতেই পুনৰ এগৰাকী অভিনেত্ৰীৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চেন্নাইৰ এখন হোটেলৰ  এটা কোঠাত উদ্ধাৰ হৈছে তামিল অভিনেত্ৰী ভি জে চিত্ৰাৰ নিথৰ দেহ।

হোটেলৰ এটা কোঠাৰ পৰা উদ্ধাৰ হোৱা অভিনেত্ৰীগৰাকীৰ মৃতদেহটোলৈ লক্ষ্য কৰি এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে বহুতে।

২৮ বছৰীয়া তামিল অভিনেত্ৰীগৰাকীয়ে তামিল ছবিৰ উপৰি সৰু পৰ্দাৰ বহু কেইখন ধাৰাবাহিকত অভিনয় কৰিছে।

সম্প্ৰতি তামিল ভাষাৰ সৰু পৰ্দাৰ ধাৰাবাহিক ‘পণ্ডিয়ান ষ্টোৰছ’ত কৰা অভিনয়ৰ জৰিয়ে চিত্ৰাই দৰ্শকৰ হৃদয়ত এখন সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল।

Sad to hear about death by suicide early today morning of television & serial actress #VJChitra of #PandianStores serial fame. #RIPChitra pic.twitter.com/rylxcr3Gxr

— Sreedhar Pillai (@sri50) December 9, 2020

জানিব পৰা মতে যোৱা নিশা প্ৰায় ২.৪৫ বজালৈ ইভিপি ফিল্ম চিটিত শ্বুটিং কৰাৰ পিছত অভিনেত্ৰীগৰাকী উভতি আহিছিল তেওঁ থকা হোটেল খনলৈ।

সেই সময়ত অভিনেত্ৰীগৰাকীৰ সৈতে তেওঁৰ ভাবী স্বামী হেমন্তও আছিল।

আজি পুৱা কোঠাৰ ভিতৰত অভিনেত্ৰী চিত্ৰাৰ মৃতদেহ উদ্ধাৰ হয়। লক্ষ্যণীয় কথাটো হ’ল পুৱতি নিশালৈ অভিনেত্ৰী চিত্ৰাই সৈতে একেলগে থকা তেওঁৰ ভাবী স্বামী হেমন্তক পিছে পুৱা হোটেল খনত বিচাৰি পোৱা নগ’ল।

অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে তেওঁৰ শুভাকাংক্ষীসকলে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে।

আৰক্ষীয়ে অভিনেত্ৰীগৰাকীৰ মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd