DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তামুলপুৰৰ বিধায়ক লেহো ৰাম বড়োৰ অৱস্থা সংকটজনক: জিএমচিএইছৰ আইচিইউত ভৰ্তি

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
May 28, 2021 9:29 pm
mm12
552
VIEWS
Share on FacebookShare on Twitter

৫৮ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক লেহো ৰাম বড়োক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰা হৈছে।

কালি লেহো ৰাম বড়ো পুৱাৰ ভাগত কিছু শাৰীৰিক অসুস্থতাত ভোগাৰ বাবে তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত তেওঁ উপস্থিত হয় আৰু কোভিড পৰীক্ষা কৰাত তেওঁৰ দেহত কোভিড ১৯ ৰ সংক্ৰমণ ধৰা পৰে ।

লগে লগে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰি চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়।

নিশা তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ইন্টেনচিভ কেয়াৰ ইউনিটত ভৰ্তি কৰোৱা হয় আৰু বাতৰি লিখাৰ পৰলৈকে তেওঁ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

আজি সন্ধিয়া অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু বিটিচিৰ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰী, বিজেপি নেতা সোমনাথ বসুমতাৰী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত উপস্থিত হয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষক লগ ধৰি তামুলপুৰৰ বিধায়ক গৰাকীৰ স্বাস্থ্যৰ বুজ লয়।

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে তামুলপুৰৰ বিধায়ক গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।

ইপিনে লেহো ৰাম বড়োৰ আশু আৰোগ্য কামনাৰে আজি তামুলপুৰৰ বিভিন্ন দল, সামাজিক অনুষ্ঠান- প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে।

Recent News

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd