• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টংলা আৰক্ষীৰ জালত ‘মৃচাংক’ হত্যাকাণ্ডৰ আটাইকেইজন অভিযুক্ত

NE NOW NEWS চাজিদ খান
ওদালগুৰি , September 25, 2018 10:43 am

2 min read

Final-arrested-

ফটো : নৰ্থ-ইষ্ট নাও

173
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ অসম জোঁকাৰি যোৱা ওদালগুৰি জিলাৰ টংলা মহাবিদ্যালয়ৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ মৃচাংক বসুমতাৰীৰ হত্যাকাণ্ডৰ তদন্ত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে আগবঢ়োৱা পৰিলক্ষিত হৈছে। এই শিহৰণকাৰী হত্যাকাণ্ডৰ লগত জড়িত থকা পাঁচগৰাকীকৈ অভিযু্ক্তক যোৱা দুদিনত আৰক্ষীয়ে অসমৰ ভিন্ন প্ৰান্তৰ লগতে ত্ৰিপুৰাৰ পৰা অনুসন্ধান চলাই গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে যোৱা ১৮ ছেপ্তেম্বৰত সংঘটিত হোৱা হত্যাকাণ্ডটোৰ অভিযুক্তসকলক বিপ্লব ঘোষ(২১), প্ৰদীপ বৰ্মন(১৮), দিলীপ দাস(২২), সঞ্জয় দাস(১৯) আৰু বলো ৰাম সৰকাৰ(২২) বুলি চিনাক্ত কৰা হৈছে।

এই হত্যাকাণ্ডটোৰ তদন্তৰ দায়িত্বত থকা আৰক্ষী বিষয়া মাণিক বৰমুদৈয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘হত্যাকাণ্ডটোৰ মুল অভিযুক্ত প্ৰদীপ বৰ্মনক ত্ৰিপুৰাৰ নৰ্থ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰ ৰে’লৱে ষ্টেশ্যনৰ পৰা আটক কৰাৰ লগতে অন্য তিনিজন লোকক ৰঙিয়া অঞ্চলৰ পৰা আটক কৰিছো’।

আনহাতে আন এজন অভিযুক্ত বিপ্লব ঘোষক ওদালগুৰি অঞ্চলৰ পৰাই আটক কৰাৰ কথা জানিবলৈ দি তদন্তকাৰী বিষয়াগৰাকীয়ে কয় যে আটাইকেইজন অভিযুক্তকাৰীয়ে দিন হাজিৰা কৰে।

টংলা আৰক্ষী থানাত ৰুজু হৈ থকা ১৪৬/১৮ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে সোমবাৰে বিপ্লব ঘোষক আদালতত হাজিৰ কৰোৱায় আৰু আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইফালে আজি আন অভিযুক্ত কেইগৰাকীক আদালতত হাজিৰ কৰোৱা হ’ব।

উল্লেখ্য যে যোৱা ১৮ ছেপ্তেম্বৰত মৃচাংকই তেওঁৰ বন্ধুৰ সৈতে আবেলি ফুৰিবলৈ টংলাৰ দাঁতিকাষৰীয়া এখন নদীৰ পাৰলৈ গৈছিল। তাতে তেওঁলোকৰ সৈতে আন কেইজন মান যুৱকৰ কিবা কথাৰ কটাকটি হয়। তাৰ পিছতে ৭-৮জনীয়া দল এটাই মৃচাংকক নৃশংসভাৱে আক্ৰমণ কৰাত মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল।

Recent News

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd