• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘কাপোৰ খুলি নাচা’! দ্য কাশ্মীৰ ফাইলছৰ পৰিচালকৰ বিৰুদ্ধে আছিল যৌন নিৰ্যাতনৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2022 8:44 pm
The Kashmiri Files director Vivek Agnihotri
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বত্ৰে এতিয়া দ্য কাশ্মীৰ ফাইলছ। বিজেপি চৰকাৰৰো মধ্যমণী হৈ পৰিছে কাশ্মীৰ ফাইলছ। হৈ পৰিছে হিন্দুত্ববাদী প্ৰপাগাণ্ডা।

কাশ্মীৰ ফাইলছৰ এই অশেষ সফলতাৰ ফলস্বৰূপে চৰ্চাত আছে চিনেমাখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰী। একে ৰাতিৰ ভিতৰতে বলিউডৰ এগৰাকী জনপ্ৰিয় পৰিচালকৰ শাৰীলৈ উন্নিত হৈছে অগ্নিহোত্ৰী।

Apply Now

ইয়াৰ পূৰ্বে কেইবাখনো চিনেমাৰে তেওঁ বলিউডৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। কিন্তু চিনেমাসমূহে কাশ্মীৰ ফাইলছৰ দৰে চৰ্চিত হোৱা নাছিল। সেয়াই নহয়, বলিউডত বৰ এটা সুখ্যাতিও নাছিল অগ্নিহোত্ৰীৰ।

বহুকেইটা বিতৰ্কিত অভিযোগতো সাঙোৰ খাই পৰিছিল ছবি পৰিচালকজন। ইয়াৰ ভিতৰত অন্যতম হৈছে নাৰীৰ ওপৰত যৌন নিৰ্যাতনৰ দৰে নিকৃষ্ট অভিযোগ।

অগ্নিহোত্ৰীৰ বিৰুদ্ধে এনেধৰণৰ এটা যৌন নিৰ্যাতনৰ অভিযোগ আনিছিল প্ৰাক্তন বিশ্বসুন্দৰী তথা বলিউডৰ একালৰ জনপ্ৰিয় অভিনেত্ৰী তনুশ্ৰী দত্তই।

অভিযোগ অনুসৰি, ২০০৫ চনত ‘চকলেট’ নামৰ এখন ছৱিৰ শ্বুটিংস্থলীত তনুশ্ৰীৰ ওপৰত অসৎ আচৰণৰ কৰিছিল অগ্নিহোত্ৰীয়ে। ২০১৮ চনত অভিনেত্ৰীগৰাকীয়ে আনিছিল এই অভিযোগ।

তনুশ্ৰীয়ে কৈছিল যে অগ্নিহোত্ৰীয়ে তেওঁক কাপোৰ খুলি নাচিবলৈ জোৰ কৰিছিল। ছৱিখনৰ এগৰাকী অভিনেতা ইৰফান খানৰ আগত কাপোৰ খুলিবলৈ অভিনেত্ৰীগৰাকীক কোৱা হৈছিল।

কিন্তু অগ্নিহোত্ৰীৰ এই অস্বাভাৱিক আচৰণত হতবাক হৈ পৰে তনুশ্ৰীকে ধৰি ছৱিখনৰ অন্য অভিনেতা-অভিনেত্ৰীসকল।

অভিনেতা ইৰফান খানেও অগ্নিহোত্ৰীৰ এই কথাৰ আপত্তি কৰে। তনুশ্ৰীয়ে কাপোৰ খোলাৰ দৰকাৰ নাই বুলি মন্তব্য কৰি অভিনেত্ৰী গৰাকীৰ কাষত থিয় দিছিল ইৰফান খানে।

তনুশ্ৰী দত্তই এই অভিযোগ অনাৰ পাছতে অগ্নিহোত্ৰীয়ে খণ্ডন কৰে। অগ্নিহোত্ৰীয়ে কয় যে জনপ্ৰিয়তা লাভৰ বাবে অভিনেত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে।

অগ্নিহোত্ৰীয়ে এনেধৰণে অভিযোগটো খণ্ডন কৰিলেও তেওঁৰ বলিউডৰ কেৰিয়াৰত এটা দাগ লাগি যোৱা বুলি ক’ব পাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd