DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিব্যাংগ সকলক প্ৰশিক্ষণ প্ৰদানেৰে ব্যতিক্ৰমী পদক্ষেপ ‘তাৰাৱতী ডেভলপমেণ্ট ফাউণ্ডেশ্যন’ৰ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
July 10, 2019 6:59 pm
402
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰৰ ‘অসম দক্ষতা বিকাশ অভিযানৰ’ অধীনত’ ‘তাৰাৱতী ডেভলপমেণ্ট ফাউণ্ডেশ্যন’এ নগাঁও পুৰণিগুদামত বিশেষভাৱে সক্ষম লোকসকলক বাঁহ-বেতেৰে বিভিন্ন সঁজুলি তৈয়াৰ কৰাৰ ওপৰত আজি তিনিমাহ পূৰ্বৰে পৰা প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল।

এই উদ্দেশ্যে মঙলবাৰে অৰ্থাৎ ৯ জুলাইত পুৰণিগুদামৰ পাৰঘাটত স্থানীয় সমাজকৰ্মী তথা কীৰ্ত-শিক্ষক হেমকান্ত ডেকাৰ সভাপতিত্বত এক প্ৰদৰ্শনীমূলক সভা অনুষ্ঠিত হয়।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল স্বৰ্ণলিপিৰ সম্পাদক হৃদয়ানন্দ গগৈ সহ শিক্ষয়ত্ৰী তথা অভিনেত্ৰী মেঘালী দেৱীৰ লগতে কেন্দ্ৰটোৰ শাতাধিক বিশেষভাৱে সক্ষম লোক।

সভাত উপস্থিত মেঘালী দেৱীয়ে দিব্যাংগ লোকসকলৰ দ্বাৰা উৎপাদিত সাসজুলি সমূহে এখন উপযুক্ত বজাৰ পাবৰ বাবে দিহা কৰি দিয়াৰ ব্যৱস্থা প্ৰশাসনেও লোৱা উচিত বুলি মন্তব্য কৰে।

আগন্তুক দিনবোৰতো বিশেষভাৱে সক্ষম প্ৰশিক্ষণাৰ্থী সকলক কেন্দ্ৰটোতে ৰাখি প্ৰশিক্ষণ প্ৰদান কৰাৰ পৰিকল্পনা কৰা ‘তাৰাৱতী ডেভেলপমেন্ট ফাউণ্ডেশ্যন’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ মুখ্য তত্তাৱধায়ক ভূপেন গায়নে অতি শীঘ্ৰে কেইবাটাও নতুন বিষয়ৰ ওপৰত পাৰঘাট মজলীয়া বিদ্যালয়খনত সংস্থাপিত কেন্দ্ৰটোত পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

দিব্যাংগ সকলৰ মাজত কৰ্মপ্ৰেৰণা জাগ্ৰত কৰি বৃহত্তৰ নগাঁও জিলাকে প্ৰমুখ্য কৰি নিকটৱৰ্ত্তী বিভিন্ন ঠাইৰ দিব্যাংগ লোক সকলক আৰ্থিকভাৱে স্বাৱলম্বি কৰাৰ এক ব্যতিক্ৰমী প্ৰয়াস কৰা বিশেষ সংগঠনটোক এতিয়া সৰ্বত্ৰে ভূয়সী প্ৰশংসা কৰা দেখা গৈছে নগাঁৱৰ পুৰণিগুদামত।

Recent News

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Independence Day

ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ দুটা ভাষণ

AASU Chitta Basumatary

প্ৰাক্তন আছু নেতাৰ কবিতাই জোকাৰিছে ফেচবুক: কি আছে এই কবিতাত!

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd