• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাতত “আইনৰ হেংদাং” লৈ CAA-ৰ বিৰুদ্ধে “শৰাইঘাটৰ ৰণ”ত নামিল ৮৫ বছৰীয়া তৰুণ গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2019 2:16 pm
tarun-gogoi

পুনৰ অধিবক্তাৰ পেচাত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটোৰ উৎস : ইণ্ডিয়ান এক্সপ্ৰেছ।

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

CAA-ৰ বিৰুদ্ধে অসমীয়াই চলাই থকা তীব্ৰ বিৰোধৰ যুঁজখনত আজি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ সোঁশৰীৰে নামি পৰে হাতত “আইনৰ অস্ত্ৰ” লৈ।

আজি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে এজন পেচাদাৰী অধিবক্তাৰ ৰূপত উচ্চতম ন্যায়ালয়ৰ মজিয়াত উপস্থিত হয়।

Apply Now

জানিব পৰামতে ওকালতিৰ পৰা ৰাজনীতিলৈ অহা ৮৫ বছৰীয়া গগৈ প্ৰায় ৩৬ বছৰৰ পিছত অধিবক্তাৰ পোচাক পিন্ধে গগৈয়ে।

গগৈয়ে ন্যায়ালয়ৰ মজিয়াৰ পৰা ওলাই আহি সংবাদ মাধ্যমক কয়, “মোৰ কোনো সন্দেহ নাই যে উচ্চতম ন্যায়ালয়ে আইনখনে সংবিধানৰ চৰম অৱমাননা কৰা বুলি ঘোষণা কৰি আমাক ন্যায় দিব”।

বিজেপি চৰকাৰে অনা আইনখনৰ বিৰুদ্ধে ৫৯খন আৰ্জি পৰাৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, “আৰ্জিবোৰৰ মাজত মৌলিক কথাটো একে হ’ব। কিন্তু এই সংখ্যাই ই এটা ভাবমূৰ্তি সৃষ্টি কৰিব আৰু বিষয়টো অতি গুৰুতৰ বুলি এটা স্পষ্ট ইংগিত দিব”।

লগতে পঢ়ক নাগৰিকত্ব (সংশোধন) আইনৰ গোচৰৰ প্ৰথমটো শুনানি উচ্চতম ন্যায়ালয়ত; স্থগনাদেশ নিদিলে; কেন্দ্ৰীয় চৰকাৰলৈ জাননী

চৰকাৰে অসমত সকলো পৰিস্থিতি ঠিক আছে বুলি কৰা দাবী সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, “মানুহৰ চিন্তা-অনুভূতিক বুজাত বিজেপি চৰকাৰখন ব্যৰ্থ হৈছে। উত্তৰ-পূবৰ জনগণৰ সমস্যাৰ গুৰুত্ব, তেওঁলোকৰ ভাষা, সংস্কৃতিলৈ অহা সংকটৰ শংকা এইবোৰ বুজা নাই চৰকাৰে”।

প্ৰতিবাদ হিংসাত্মক হোৱাৰ বিষয়ে উত্তৰ দি প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ মন্তব্য, “আমি হিংসাৰ পক্ষে স্পষ্টকৈ নহয়। কিন্তু এয়া বিদ্ৰোহৰ এটা ৰূপ। এইটো দেখা গৈছে উত্তৰ-পূবৰ লগতে দেশৰ অন্যান্য অংশতো। বিদেশতো দেখা গৈছে। বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে এইবোৰ উপযুক্ত ধৰণে চম্ভলাত ব্যৰ্থ হৈছে। তেওঁলোকে আন্দোলনকাৰীৰ মাজত বিভাজনৰ নীতি ল’ব খুজিছে”।

কিছু সংখ্যক ৰাজ্যই আইনখন কাৰ্য্যকৰী কৰিবলৈ অস্বীকাৰ কৰা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত জ্যেষ্ঠ কংগ্ৰেছী গগৈয়ে কয়, “ৰাজ্যবোৰে যদি নিজৰ নিজৰ ৰাজ্যত ইয়াক প্ৰয়োগ কৰিবলৈ অনীহা দেখুৱায়, নিশ্চিতভাৱে ইয়াক আক্ষৰিক অৰ্থত প্ৰয়োগ কৰা সম্ভৱ নহ’ব”।

উল্লেখ কৰিব পাৰি যে দেশৰ বাহিৰে-ভিতৰে তীব্ৰ বিতৰ্ক আৰু আপত্তিৰ সৃষ্টি কৰা নাগৰিকত্ব (সংশোধন) আইনখনৰ বিৰুদ্ধে দেশৰ বিভিন্ন দল, সংগঠন, ব্যক্তিয়ে দাখিল কৰা আৱেদনৰ প্ৰথমটো শুনানি লৈছিল উচ্চতম ন্যায়ালয়ে। গগৈও ইয়াৰ মাজৰে এজন আৰ্জি দিওঁতা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm
মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm
মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd