DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সকলোকে টাৰ্গেট? প্ৰফুল্ল মহন্তৰ পিছত তৰুণ গগৈৰো জেড প্লাছ নিৰাপত্তা প্ৰত্যাহাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2020 9:18 pm
Tarun Gogoi
1.7k
VIEWS
Share on FacebookShare on Twitter

চৰকাৰৰ ৰোষৰ বলি হ’ল সততে সমালোচনাত সৰৱ হোৱা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু তেওঁৰ জেড প্লাছ নিৰাপত্তা প্ৰত্যাহাৰত সেয়া প্ৰকাশ হৈছে।

যোৱাকালি ৰাতি যোৰহাটৰ পৰা গুৱাহাটীলৈ আহি থকা সময়তে গগৈয়ে তেওঁৰ নিৰাপত্তা জেদ প্লাছৰ পৰা জেদ স্তৰলৈ অৱনতি হোৱাৰ বিষয়ে জানিব পাৰে।

আজি দিচপুৰৰ নিউ মিনিষ্টাৰ কলনিত সংবাদমেল দিয়া গগৈয়ে চৰকাৰৰ এই পদক্ষেপক প্ৰতিশোধমূলক আখ্যা দি চৰকাৰক সমালোচনা কৰা বাবেই এয়া কৰিছে বুলি দাবী কৰে।

তেওঁ কয়, “অসমৰ পৰিস্থিতি যদি উন্নত হৈছে সোণোৱালৰ নিৰাপত্তা কিয় জেদ প্লাছ কিয় লাগে?”

ৰাজ্যৰ তিনি বাৰৰ মুখ্য মন্ত্ৰী গগৈৰ এন এছ জি নিৰাপত্তা ২০১৭ চনত প্ৰত্যাহাৰ কৰা হৈছিল।

উল্লেখযোগ্য যে ২২ ডিচেম্বৰত আন এজন প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্তৰ জেড প্লাছ নিৰাপত্তা কৰ্তন কৰিছিল চৰকাৰে।

মহন্তয়ো তেওঁৰ জেড প্লাছ নিৰাপত্তা প্ৰত্যাহাৰ CAA-ৰ বিৰুদ্ধে লোৱা স্থিতিৰ বাবেই বুলি অভিযোগ কৰিছিল।

নিৰাপত্তাৰ ভাবুকিৰ মূল্যায়নৰ ভিত্তিত গৃহ মন্ত্ৰ্যালয়ে দেশৰ ভি ভি আই পিসকলৰ বাবে বিভিন্ন কেটেগৰিৰ নিৰাপত্তা নিৰ্ধাৰণ কৰে।

জেদ প্লাছ কেটেগৰিৰ নিৰাপত্তা ব্যৱস্থাৰ অধীনত থকা ব্যক্তিজনৰ সৈতে ৫৫জন নিৰাপত্তাৰক্ষী থাকে, য’ত ১০জন এন এছ জি কমাণ্ডো।

ইয়াৰ বিপৰীতে জেদ কেটেগৰিৰ নিৰাপত্তা ব্যৱস্থাৰ অধীনত থকা ব্যক্তিজনৰ সৈতে ২২জন নিৰাপত্তাৰক্ষী থাকে। ৱাই কেটেগৰিত থাকে ১১জন আৰু এক্স কেটেগৰিত থাকে ২জন।

শেহতীয়াকৈ কেইবাজনৰো জেদ প্লাছ কেটেগৰিৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ আগলৈকে দেশত মুঠ ১৭জন ব্যক্তিৰ জেদ প্লাছ কেটেগৰিৰ নিৰাপত্তা আছিল।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd