DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইলন মাস্কৰ প্ৰশংসা কৰি সমালোচনাৰ সন্মুখীন লেখিকা তছলিমা নাছৰিন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 26, 2022 4:44 pm
86
VIEWS
Share on FacebookShare on Twitter

মাইক্ৰ’ব্লগিং ছাইট টুইটাৰৰ মালিক ইলন মাস্কক প্ৰশংসা কৰি এতিয়া সমালোচনাৰ সন্মুখীন হৈছে লেখিকা তছলিমা নাছৰিন। কৰ্মচাৰীক কামৰ পৰা খেদি দিয়াৰ বাবে মাস্কক বিশ্বজুৰি বহুতে সমালোচনা কৰিছে। এনে সমালোচনাাৰ মাজতে তছলিমা নাছৰিনে তেওঁক প্ৰশংসা কৰাত বহুতে এতিয়া জাঙুৰ খাই উঠিছে।

তছলিমাই তেওঁৰ টুইটাৰত মাস্কক তেওঁৰ বহুত ভাল লাগে বুলি কোৱাৰ পিছতে বহুতে লেখিকাগৰাকীক সমালোচনাৰ লক্ষ্য কৰি লৈছে।

তছলিমাই পোষ্টত তেওঁ লিখিছিল, “মোৰ এলন মাস্কক বহুত ভাল লাগে। তেওঁৰ বিশাল ধনৰ বাবে নহয়। বৰঞ্চ, তেওঁৰ হাঁহিটো ইমান ধুনীয়া। ” লেখিকাগৰাকীৰ পোষ্টটোৱে নেট বিশ্বত খলকনি তুলিছে।

বহু নেটিজেনে তছলিমাৰ মতামতৰ সৈতে একমত হৈছে। মাস্কৰ হাঁহিটো সঁচাকৈয়ে ধুনীয়া। ইয়াৰ উপৰি বহুলোকে তেওঁক এনে ধৰণৰ পোষ্টৰ বাবে সমালোচনাও কৰিছে।এজনে লিখিছিল, “সেই হাঁহিটো কেৱল তেতিয়াহে ফুটি উঠে যেতিয়া বহুত টকা থাকে।” আন এজনে তছলিমাৰ পোষ্টকলৈ লিখিছে”সেই হাঁহি মাৰিয়েই তেওঁ বহু কৰ্মচাৰীক কামৰ পৰা খেদি দিছে সেয়া নিন্দনীয়।

Recent News

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd