• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুম্বাইৰ উপকূলত বিধংসী সাগৰীয় ঘূৰ্ণী তাওকতৰ সংহাৰ, সমুদ্ৰত উপঙি উঠিছে ১৪ টাকৈ মৃতদেহ

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2021 2:26 pm
pp
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধংসী সাগৰীয় ঘূৰ্ণী তাওকতেৰ সংহাৰত বিধ্বস্ত হৈ পৰিছে মুম্বাইৰ উপকূলীয় অঞ্চল ।

বিগত দুদিন ধৰি চাইক্ল’নৰ প্ৰভাৱত সমগ্ৰ মহাৰাষ্ট্ৰতে ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। ফলত জলমগ্ন হৈ পৰিছে ৰাজ্য খনৰ বহু অঞ্চল ।

Apply Now

আজি ভাৰতীয় নৌ সেনা আৰু উপকূলৰক্ষী বাহিনীয়ে মুম্বাইৰ সাগৰৰ পৰা উপঙি থকা অৱস্থাত ১৪ টা মৃতদেহ উদ্ধাৰ কৰে ।

নৌ সেনাৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে সাগৰত আৰু বহু মৃতদেহ ভাঁহি অহাৰ আশংকা আছে । ধুমুহাৰ পিছৰে পৰা মহাৰাষ্ট্ৰত শতাধিক লোক সন্ধানহীন হৈ আছে ।

ধুমুহাৰ ফলত মুম্বাইৰ উপকূলত সাগৰৰ মাজত পি ৩০৭ নামৰ সৰু জাহাজ খন বুৰ যায় । আজি উদ্ধাৰ হোৱা মৃতদেহ কেইটা সেই জাহাজ খনৰে কোনো যাত্ৰী অথবা নাবিকৰ হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।

সাগৰীয় নিম্নচাপৰ ফলত সৃষ্টি হোৱা বিধ্বংসী চাইক্ল’ন তাওকতে এতিয়া বিভিন্ন ৰাজ্যৰ বাসিন্দাসকলৰ মনত ত্ৰাসৰ সৃষ্টি কৰিছে।

ধুমুহাৰ ফলত কৰ্ণাটৰ উপকূলীয় অঞ্চলৰ বহু গছ-গছনি উভালি পৰিছে। একেদৰে কেৰালা,গুজৰাট, মহাৰাষ্ট্ৰ আৰু গোৱাতো ধুমুহা জাকৰ আগমনৰ পৰিপ্ৰেক্ষিতত ব্যাপক সতৰ্কতামূলক ব্যৱ্স্থা গঢ়ি তোলা হৈছে।

সোমবাৰে ঘণ্টাত ১৫০ কিলোমিটাৰ বেগেৰে থাওকত চাইক্ল’ন গুজৰাটৰ উপকূলীয় অঞ্চলত প্ৰৱেশ কৰে । ৰাজ্য খনত বায়ুসেনা বাহিনীৰ বিমানৰ লগতে নৌ সেনাৰ জাহাজ উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে।

ইপিনে ধুমুহাৰ প্ৰভাৱত কেউখন ৰাজ্যতে আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। বৰষুণৰ ফলত বহু ঠাই জলমগ্ন হৈ পৰাৰ খবৰ আহিছে।

গোৱাত ধুমুহা-বৰষুণৰ ফলত বহু বাসভৱনৰ ক্ষতি হোৱাৰ বাতৰি আহিছে।

মহাৰাষ্ট্ৰ ৰায়গড়ৰ জিলাৰ লগতে মুম্বাইৰ মহানগৰত সামুদ্ৰিক ধুমুহা তাওকতৰ ফলত স্বাভাৱিক জীৱন যাত্ৰাৰ স্থবিৰ কৰি পেলাইছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মহাৰাষ্ট্ৰ আৰু গুজৰাটত প্ৰৱল বৃষ্টিপাত হোৱাৰ বাবে তাওকতত আক্ৰান্ত জিলাসমূহত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে।

দেশৰ ভিতৰতে সৰ্বাধিক ক’ৰ’নাক্ৰান্ত তথা হটস্পষ্টৰূপে চিহ্নিত মহাৰাষ্ট্ৰৰ মুম্বাইত ১৬৪ মিমি বৰষুণৰ লগতে ধুমুহাই বিভিন্ন বাট পথ অৱৰুদ্ধ কৰি পেলাইছে।

আগন্তুক অত্যধিক দুৰ্যোগৰ মোকাবিলা কৰিববলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ ৫০০ জৰুৰী সদস্য, মুম্বাই অগ্নি নিৰ্বাপক বাহনী আৰু মুম্বাই পৌৰ নিগমৰ সদস্যসকল মুম্বাইত সষ্টম কৰি ৰখা হৈছে।

ইয়াৰে কঙ্কন অঞ্চলৰ পৰা ৬০ হাজাৰ লোক আৰু ৭,০০৩ খন মাছমৰীয়া নাওক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে কৰ্পতৃক্ষই।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd