DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৯ ফেব্ৰুৱাৰিত অসম বন্ধ; উৰা বাতৰিত ভোল নাযাবলৈ আহ্বান তাইপাৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 8, 2019 7:51 pm
3a3586a6-8b91-463d-80e6-a1855484b735

প্ৰতিনিধিত্বমূলক ফটো

2.2k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত তাই আহোম যুৱ পৰিষদে কাইলৈ অৰ্থাৎ ৯ ফেব্ৰুৱাৰিত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল। কৃষক মুক্তি সংগ্ৰাম সমিতি, আহোম সেনা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আহোম জাতীয় গণ মঞ্চ, অনুসূচিত জাতি ছাত্ৰ সন্থাকে ধৰি অসমৰ বহুকেইটা জাতীয় সংগঠনে তাইপাৰ এই বন্ধত পূৰ্ণ সমৰ্থন আগবঢ়াইছে।

উল্লেখযোগ্য যে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে এচাম দুষ্ট চক্ৰই তাই আহোম যুৱ পৰিষদে আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধ উঠাই লোৱা বুলি উৰা বাতৰি উলিয়াই দিছে। দুষ্ট চক্ৰটোৱে সংগঠনটোৰ ভাৰপ্ৰাপ্ত সম্পাদক মৃদুল দেওধাই ফুকন আৰু প্ৰচাৰ সম্পাদক গুণকান্ত গগৈৰ নাম উল্লেখ থকা এক প্ৰেছ বিবৃতিৰ জৰিয়তে অসম বন্ধ উঠাই লোৱা বুলি প্ৰকাশ কৰিছিল।

অৱশ্যে পৰৱৰ্তী সময়ত সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লোহিত গগৈয়ে স্পষ্ট কৰি দিয়ে যে তাই আহোম যুৱ পৰিষদে ৯ ফেব্ৰুৱাৰীত আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধ উঠাই লোৱা নাই। অসমৰ জনসাধাৰণক এনে ধৰণৰ ভুৱা বাতৰিক গুৰুত্ব নিদিবলৈ আহ্বান জনায় সকলোৰে সহযোগিতা কামনা কৰিছে।

লগতে এনে ধৰণৰ উৰা বাতৰিৰে ৰাইজক বিভ্ৰান্তি সৃষ্টি কৰা সকলক ধিক্কাৰ জনোৱাৰ লগতে শান্তি-শৃংখলা বিঘ্নিত হ’ব পৰা এনেধৰণৰ অশোভ আচৰণ যাতে কেনেও পুনৰবাৰ নকৰে তাক সকীয়াই দিয়ে তাইপাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি গৰাকীয়ে।

Recent News

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ  স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা ৰেলী টীয়কত

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা ৰেলী টীয়কত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd