• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰতত বৃদ্ধি পাইছে টিবি ৰোগীৰ সংখ্যা : যোৱা বছৰ ধৰা পৰিছে ২৫ লাখ আক্ৰান্ত

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 28, 2024 1:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত বৃদ্ধি পাইছে টিবি ৰোগীৰ সংখ্যা। সূত্ৰ অনুসৰি যোৱা বছৰ ভাৰতত ২৫ লাখতকৈ অধিক লোকৰ শৰীৰত টিবি ৰোগ ধৰা পৰিছে। যোৱা ৬০ টা বছৰৰ ভিতৰত এই যোৱাবছৰ সৰ্বাধিক টিবি আক্ৰান্ত লোক ধৰা পৰিছে। 

হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি যোৱা বছৰ সমগ্ৰ দেশতে ২৪.২ লাখ টিবি ৰোগী পঞ্জীয়ন হৈছিল। ইয়াৰে ৩২% ৰোগীৰ নাম পঞ্জীয়নন হৈছে ব্যক্তিগত স্বাস্থ্যসেৱা খণ্ডত। 

Apply Now

যোৱা ৯ বছৰত ভাৰতত টিবি ৰোগীৰ সংখ্যা ৬৪% বৃদ্ধি পাইছে। দেশৰ ভিতৰত আটাইতকৈ বেছি টিবি দ্বাৰা আক্ৰান্ত হৈছে উত্তৰ প্ৰদেশত।

যোৱা বছৰৰ তুলনাত এইবছৰ উত্তৰ প্ৰদেশত টিবি ৰগীৰ সংখ্যা ২১% বৃদ্ধি পাইছে। টিবি ৰোগী বৃদ্ধিৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে বিহাৰ। বিহাৰত ১৫% বৃদ্ধি পাইছে টিবি আক্ৰান্ত ৰোগীৰ সংখ্যা।

উল্লেখ্য যে কেন্দ্ৰ চৰকাৰে বৰ্ধিত টিবি ৰোগ ২০২৫ চনৰ ভিতৰত নিৰ্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। 

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ টিবি বিভাগৰ প্ৰাক্তন মুৰব্বী ডাঃ কুলদীপ সিং সচদেৱে কয় যে, ‘প্ৰাথমিক পৰ্যায়ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে কাৰণ ইয়াৰ অৰ্থ হ’ল ৰোগীক চিনাক্ত কৰি চিকিৎসা প্ৰদান কৰা হৈছে। ই সংক্ৰমণ চক্ৰ ভংগ কৰাত সহায় কৰিছে। টিবি এটা সংক্ৰামক ৰোগ, গতিকে এই ৰোগৰ বিস্তাৰ বন্ধ কৰিবলৈ ৰোগীসকলক চিনাক্ত কৰি উপযুক্ত চিকিৎসাৰ দ্বাৰা সংক্ৰমণৰ চক্ৰ ধ্বংস কৰাতো জৰুৰী।

বিশ্ব স্বাস্থ্য সংস্থাই (WHO) প্ৰকাশ কৰা গ্ল’বেল টিবি ৰিপ’ৰ্ট ২০২৩ অনুসৰি ভাৰতত টিবি ৰোগৰ প্ৰাদুৰ্ভাৱৰ হাৰ ২০১৫ চনত প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে ২৩৭ৰ পৰা ২০২২ চনত প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে ১৯৯ জনলৈ ১৬% হ্ৰাস পাইছে। একে সময়ছোৱাতে ২০১৫ চনত প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে টিবিত মৃত্যুৰ হাৰ ২৮ৰ পৰা ২৩লৈ ১৮% হ্ৰাস পাইছে।

ডাঃ সচদেৱে কয়, ‘টিবি-মুক্ত ভাৰত কাৰ্যসূচীয়ে ভালদৰে কাম কৰি আছে আৰু মূলতঃ টিবিক জনচৰ্চাত আনিছে, যাৰ ফলত এই ৰোগৰ প্ৰতি সজাগতা সৃষ্টি হৈছে। 

চৰকাৰী কাৰ্যসূচীৰ অধীনত টিবি ৰোগীৰ আৰ্থিক বোজা হ্ৰাস কৰিবলৈ দেশৰ সকলো জনস্বাস্থ্য সুবিধাত ৰোগীক বিনামূলীয়াকৈ পৰীক্ষা, বিনামূলীয়া চিকিৎসা, পৰীক্ষা আৰু বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও নিক্ষয় পুষ্টি আঁচনিৰ অধীনত টিবি ৰোগৰ চিকিৎসাধীন লোকসকলক পুষ্টিৰ বাবে আৰ্থিক সাহায্যও আগবঢ়ায় কেন্দ্ৰীয় চৰকাৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd