DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘দাড়ি নহয়, কৰ্মসংস্থাপন বঢ়াওক’, প্ৰধানমন্ত্ৰীক দাড়ি কটোৱাৰ বাবে ১০০ টকা পঠিয়ালে এজন লোকে, কোনে?

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2021 7:40 pm
Narendra_Modi
582
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰীৰ দীঘল দাড়িয়ে এতিয়া সকলোৰে দৃষ্ট আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ লকডাউনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্বতকৈ বেছি দীঘলকৈ দাড়ি ৰাখিবলৈ আৰম্ভ কৰিলে।

যিকি নহওঁক প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ দীঘল দাড়ি কটোৱাবলৈ পৰামৰ্শ দিছে এজন লোকে। লোকজনে আনকি প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ দাড়ি কটোৱাবলৈ ১০০ টকা মানি অৰ্ডাৰ কৰিও পঠিয়াইছে।

ইয়াৰ লগতে মোদীক উদ্দেশ্যি লোকজনে এটা বিশেষ বাৰ্তাও প্ৰেৰণ কৰিছে।

মহাৰাষ্ট্ৰৰ বাৰামাটিৰ বাসিন্দা অনিল মোৰে নামৰ চাহ বিক্ৰেতা জনে মোদীক দাড়ি কটোৱাবলৈ ১০০ টকা মানি অৰ্ডাৰ কৰি পঠিয়াইছে।

বাৰামাটিৰ ইন্দ্ৰপুৰ ৰোডত এখন সাধাৰম চাহৰ দোকান দি পৰিয়াল পোহপাল দিয়া অনিল মোৰেই কয় যে প্ৰধানমন্ত্ৰীক অপমান কৰাৰ উদ্দেশ্য তেওঁ তেনে কৰা নাই।

প্ৰধানমন্ত্ৰীয়ে যদি কিবা বঢ়াবই বিচাৰিছে তেন্তে তেওঁ দাড়ি বঢ়োৱাৰ সলনি দেশত কৰ্মসংস্থাপন বৃদ্ধি কৰক।

ইয়াৰ লগতে তেওঁ মোদীক দেশত ভেকচিন প্ৰদানৰ মাত্ৰা বঢ়াবলৈও আহ্বান জনায়। লকডাউনৰ ফলত দেশৰ সৰ্বস্বান্ত হোৱা দুখীয়া লোকসকলক সকাহ দিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও তেওঁ মোদীক আহ্বান জনায়।

Recent News

Sikkim

প্ৰতি নৱজাতকৰ বিপৰীতে ১০০ টাকৈ গছপুলি: ছিকিম চৰকাৰৰ অভিনৱ পদক্ষেপ

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

Singapore Chief Justice In Supreme Court

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ লগতে বহিল ছিংগাপুৰৰ মুখ্য ন্যায়াধীশ সুন্দৰেশ মেনন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd