• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল টীয়কৰ যুৱ শিক্ষক বিকাশ বৰুৱা

নিৰ্মলেন্দু পাঠক,টিয়ক by নিৰ্মলেন্দু পাঠক,টিয়ক
September 16, 2021 3:23 pm
191
VIEWS
Share on FacebookShare on Twitter

অসমৰ শিক্ষাখণ্ডৰ পাঠ্যক্ৰমসমূহত ন ন সংযোজনেৰে বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰাৰ সমান্তৰালকৈ বহুজন প্ৰতিভাবান যুৱ শিক্ষকে ইতিমধ্যে ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বীকৃতি লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে।

এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত চি আৰ টি আৰু এন চি আৰ টি য়ে যুটীয়া ভাৱে আয়োজন কৰা ২৫ সংখ্যক ৰাষ্ট্ৰীয় শিশু শৈক্ষিক দৃশ্য-শ্ৰাৱ্য উৎসৱত নিজৰ প্ৰকল্পৰে যোগদান কৰা টীয়কৰ সন্তান তথা মৰিগাঁও জিলাৰ লাহৰীঘাটত চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বিকাশ বৰুৱাই উচ্চ প্ৰাথমিক শাখাত শ্ৰেষ্ঠ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।

ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নত সুবিধা হোৱাকৈ ঐতিহাসিক শিৱসাগৰৰ কীৰ্তি চিহ্ন সমূহৰ এক দৃশ্য-শ্ৰাৱ্য প্ৰকল্প প্ৰস্তুত কৰি উক্ত প্ৰতিযোগিতা খনত যোগদান কৰি এই গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

তদুপৰি বিকাশে শ্ৰেষ্ঠ ভিডিঅ’ সম্পাদনাৰ বাবেও বিবেচিত হৈছে ।

পূৰ্বতেও ৰাজ্যিক, ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত শৈক্ষিক বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিকাশ বৰুৱাই সন্মান বুটলিবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে ছাত্ৰ ছাত্ৰী সকলক অসমৰ ইতিহাস তথা বিভিন্ন কীৰ্তি চিহ্নসমূহ কিতাপত অধ্যয়নৰ সমান্তৰালকৈ দৃশ্য শ্ৰব্যৰ যোগেদি প্ৰদৰ্শন কৰি বুজাত সহায় কৰাৰ লগতে আকৰ্ষিত কৰাৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰিছে যুৱ শিক্ষকগৰাকীয়ে।

লগতে এনে ব্যৱস্থাই অসমখনৰ প্ৰতি অনান্য প্ৰদেশসমূহৰ ছাত্ৰ ছাত্ৰী সকলকো আকৃষ্ট কৰিব বুলি আশা প্ৰকাশ কৰিছে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd