• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছাত্ৰ নেতাৰ উদ্ভণ্ডালি, ৰাজপথত সাষ্টাঙ্গে ক্ষমা প্ৰাৰ্থনা শিক্ষয়ত্ৰীৰ!

তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি কৰ্ণ বুঢ়াগোহাঁইক বহিষ্কাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 15, 2021 5:21 pm
246
VIEWS
Share on FacebookShare on Twitter

ফিল’বাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাংগনত বুধবাৰে সংঘটিত হয় এক অনাকাংক্ষিত পৰিস্থিতিৰ৷

তথাকথিত ছাত্ৰ নেতাৰ প্ৰৰোচনাত একাংশ ছাত্ৰ-ছাত্ৰীয়ে আঠুকাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰাইছিল বিদ্যালয়খনৰ শিক্ষয়িত্ৰী নিৰদা বৰাক।

এই ঘটনাক একমুখে ধিক্কাৰ দিছে সচেতন ৰাইজে। এগৰাকী শিক্ষয়িত্ৰীক এনেদৰে অপমান কৰা কাৰ্যক নিন্দা কৰিছে জনসাধাৰণে।

উল্লেখ্য যে, বিদ্যালয়খনৰ ছাত্ৰ একতা সভাই বুধবাৰে নামভৰ্তিৰ নামত বৰ্ধিত মাছুল সংগ্ৰহ কৰাৰ প্ৰতিবাদত বিদ্যালয়খনৰ চৌহদত বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছিল।

উল্লেখযোগ্য যে, বৰ্ধিত মাছুল দিব নোৱাৰাৰ বাবেই অঞ্চলটোৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ আশংকাই দেখা দিয়াৰ অজুহাতত প্ৰতিবাদত ভাগ লৈছিল আছুৰ লগতে বহুকেইটা ছাত্ৰ-সংগঠনৰ নেতৃত্বই।

তথাকথিত ছাত্ৰ নেতা কেইজনে শিক্ষয়িত্ৰীগৰাকীৰ সৈতে তৰ্কা-তৰ্কিত লিপ্ত হৈ আঠুকাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰাইছিল।

ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে এগৰাকী শিক্ষয়িত্ৰীক এনেদৰে অপমান কৰা কাৰ্যত এতিয়া দুখ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।

ইতিমধ্যে সংগঠনটোৱে তিনিচুকীয়া জিলাৰ ছাত্র সন্থাৰ উপ সভাপতি কৰ্ণ বুঢ়াগোঁহাইক ছাত্র সন্থাৰ পৰা বহিষ্কাৰ কৰিছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd