• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ প্ৰাথমিক শিক্ষকলৈ সুখবৰ, গুৱাহাটীত বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ সুবিধা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 4, 2018 8:29 pm

1 min read

teachers assam

প্ৰতিনিধিত্বমূলক ছবি। হিন্দুস্তান টাইমছৰ সৌজন্যত।

149
VIEWS
Share on FacebookShare on Twitter

শিক্ষক দিৱস উপলক্ষে সমগ্ৰ অসমৰ প্ৰাথমিক শিক্ষকসকলৰ বাবে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰিছে গুৱাহাটীৰ ছান ভেলি হস্পিটেলে।

অহা বুধ আৰু বৃহস্পতিবাৰে দিনৰ ১০ৰ পৰা ১ বজাৰ ভিতৰত গুৱাহাটীৰ জি এছ ৰ’ডত থকা চিকিৎসালয়খনত ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাব পাৰিব বুলি নৰ্থ ইষ্ট নাও-ক জনাইছে চিকিৎসালয়খনে।

উক্ত দুটা দিনত ৰোগ পৰীক্ষাৰ ক্ষেত্ৰটো শিক্ষকসকললৈ ২০ শতাংশ ৰেহাই আগবঢ়োৱাৰ কথাও ঘোষণা কৰিছে চিকিৎসালয়খনে।

শিবিৰটোত সেৱা আগবঢ়াব চিকিৎসালয়খনৰ মধুমেহ ৰোগ বিশেষজ্ঞ ডাঃ মুকুল বৰা আৰু জেনেৰেল মেদিচিন বিশেষজ্ঞ ডাঃ তপন শৰ্মাই।

শিবিৰটোৱে প্ৰাথমিক শিক্ষকসকলৰ ‘সামান্য হ’লেও হিত সাধন কৰিব’ বুলি আশা প্ৰকাশ কৰিছে চিকিৎসালয়খনৰ পৰিচালন সঞ্চালক অভয় চন্দ্ৰ হাজৰিকাই।

‘কৰ্তব্যৰ খাতিৰত প্ৰাথমিক শিক্ষকসকলে নিজৰ শৰীৰৰ যত্ন লোৱাত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হয়। প্ৰতিদিনে দীৰ্ঘ সময় থিয় হৈ পাঠদান কৰা, আহাৰ গ্ৰহণত অনিয়মীয়তা আদি বিভিন্ন কাৰকে তেওঁলোকক জুৰুলা কৰে। সমাজৰ ভেটি প্ৰস্তুত কৰা এইসকল শিক্ষাগুৰুৰ প্ৰতি সামান্য হ’লেও সহায়ৰ হাত আগবঢ়োৱাৰ বাবেই চান ভেলিৰ তৰফৰ পৰা এই শিবিৰ আয়োজন কৰা হৈছে,’ হাজৰিকাৰ মন্তব্য।

শিক্ষকসকলে শিবিৰলৈ নিজৰ পৰিচয় পত্ৰ লগত আনিব লাগিব। আগতীয়াকৈ নাম পঞ্জীয়নৰ বাবে ৯৮৬৪৩৬৯৯৯১ ফ’ন নম্বৰত শিক্ষকসকলে যোগাযোগ কৰিব পাৰে।

Recent News

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd