• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ শিক্ষকে এই নিৰ্দেশনা ভংগ কৰিলে হ’ব তিনিবছৰ কাৰাদণ্ড; ঘোষণা শিক্ষা মন্ত্ৰীৰ

যোৱা তিনিবছৰত নিজৰ গৃহ জিলালৈ বদলি হোৱা শিক্ষকলৈয়ো আহিব বিপদ!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 3, 2020 6:38 pm
WhatsApp-Image-2020-01-25-at-1.33.45-PM-750x375

শিক্ষা মন্ত্ৰী হিম্নত বিশ্ব শৰ্মা। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ সমূহ শিক্ষকে ভৱিষ্যতে এটা নিৰ্দেশনা ভংগ কৰিলে তিনিবছৰ সশ্ৰম কাৰাদণ্ড ভুগিব লাগিব। বাজেট অধিবেশনৰ দ্বিতীয় দিনটোত বিধানসভাৰ মজিয়াত এই ঘোষণা শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

শিক্ষকৰ বদলিকৰণৰ ক্ষেত্ৰত কঠোৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰা মতে কোনো শিক্ষকে নিযুক্তি লাভ কৰাৰ পৰা ১০ বছৰলৈকে বদলি ল’ব নোৱাৰিব।

Apply Now

‘শিক্ষকৰ নিযুক্তি আৰু বদলিকৰণ এতিয়া বিধানসভাৰ আইন মতে নিৰূপিত হ’ব। এজন শিক্ষক যি জিলাত নিযুক্তি হয় তাত তেওঁ ১০ বছৰ বাধ্যতামূলকভাৱে কাম কৰিব লাগিব।‘ বিধানসভাৰ মজিয়াত এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ।

অৱশ্যে, ১০ বছৰ পাছত ৱেবচাইটত যেতিয়া বিভিন্ন জিলাত শিক্ষক পদ খালী থকাৰ কথা ঘোষণা হ’ব, তেতিয়া ১০ বছৰ একেৰাহে চাকৰি কৰি থকাসকলে নিজৰ গৃহ জিলা আৰু কাষৰীয়া জিলাসমূহলৈ বদলি হ’বৰ বাবে আবেদন কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

‘যোগ্যতা অনুসৰি শিক্ষা বিভাগে বদলি-নিযুক্তি মানি ল’ব।‘ শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয়।

অৱশ্যে বুজা-বুজিৰ বদলিৰ(Mutual Transfer) ক্ষেত্ৰত এই প্ৰক্ৰিয়া প্ৰযোজ্য নহয় বুলি মন্ত্ৰীগৰাকীয়ে কয়।

তাৎপয্যপূৰ্ণভাৱে মন্ত্ৰীগৰাকীয়ে কয়, ‘এই আইন ভংগ কৰা শিক্ষকক তিনিবছৰ সশ্ৰম কাৰাদণ্ড দিয়া হ’ব। যি বদলি দিব সেই বিষয়াৰো শাস্তি একেই হ’ব।‘

‘এই প্ৰক্ৰিয়া নকৰিলে শিক্ষা ব্যৱস্থা নাথাকিব আৰু দুখীয়া মানুহৰ পৰা শিক্ষা ব্যৱস্থা গুচি যাব।‘ তেওঁ এইদৰে কয়।

ইপিনে, যোৱা তিনিবছৰে নিযুক্তি পোৱা জিলাৰ পৰা অন্য জিলা বা গৃহ জিলালৈ বদলি লোৱাসকল পুনৰ নিযুক্তি পোৱা ঠাইলৈ লৈ যোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।

‘যোৱা তিনিবছৰে আমাক হেঁচা দি যিমানবোৰ বদলিকৰণ, নিযুক্তি হ’ল দুই এদিনতে তেওঁলোকৰ আগৰ ঠাইত পঠাই আছো।‘ মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

অৱশ্যে নিযুক্তি লাভ কৰাৰ পাছত বিশেষ পৰিস্থিতিৰ সন্মুখীন হৈ বদলি হোৱা বা দিব্যাংগ লোকৰ ক্ষেত্ৰত এই কথা বিবেচিত কৰি চোৱা হ’ব বুলি তেওঁ কয়।

‘এখন কমিটি থাকিব আৰু সেই কমিটিত দিব্যাংগ বা অন্যান্য অত্যাচাৰৰ সন্মুখীন হোৱাৰ ফলত বদলি লোৱাসকলে আবেদন কৰিব পাৰিব। তাৰ ভিতৰত ১০-১৫ শতাংশ, যি সকল মানৱতাৰ খাতিৰত বদলি হৈছিল সেইসকলৰ বদলি মানি লোৱা হ’ব।‘ মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd