DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুৰ্দান্ত ফিটনেছ! কোৱাৰেন্টাইনতো কঠোৰ অনুশীলনত ব্যস্ত টীম ইণ্ডিয়াৰ তাৰকা ঋষভ পন্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2021 10:23 am
Rishav Pant

ঋষভ পন্ট।

217
VIEWS
Share on FacebookShare on Twitter

খেলপথাৰত বহুসময়ত ঋষভ পন্টক তেওঁৰ শাৰীৰিক ফিটনেছৰ দুৰ্দান্ত প্ৰদৰ্শ দাঙি ধৰা দেখা গৈছিল। সেইদৰে অনুশীলনৰ সময়তো টীম ইণ্ডিয়াৰ নতুন চাঞ্চল্য উইকেটকীপাৰ বেটছমেনগৰাকীক অনন্য ৰূপত দেখা যায়।

টীম ইম্ডিয়াই ইংলেণ্ড ভ্ৰমণৰ বাবে যোৱাৰ প্ৰাক মুহূৰ্ততো ঋষভক কঠোৰ অনুশীলনত ব্যস্ত হৈ থকা দেখা গৈছে।

টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল আৰু ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট ছিৰিজৰ বাবে অহা মাহত টীম ইণ্ডিয়া ৰাওণা হ’ব। সদ্যহতে দলৰ ক্ৰিকেটাৰসকল একেলগে কোৱাৰেন্টাইনত আছে।

হোটেলত বন্দী হৈ থকা ক্ৰিকেটাৰসকলৰ সকলোৱে শাৰীৰিক অনুশীলনত নিজকে ব্যস্ত ৰাখিছে। ছচিয়েল মিডিয়াত তেওঁলোকৰ এই অনুশীলৰ ছবি তথা ভিডিঅ’ পোহৰলৈ আহিছে।

ইপিনে, ঋষভ পন্টেও নিজৰ ফিটনেছ অটুট ৰখাৰ বাবে শৰীৰ চৰ্চাৰ কঠোৰ অনুশীলন চলাই গৈছে। তেওঁৰ এনে এক ভিডিঅ’ খেলুৱৈগৰাকীয়ে ছচিয়েল মিডিয়াত প’ষ্টো কৰিছে। পন্টে ইনষ্টাগ্ৰামত কেপশ্যন লিখিছে যে সন্মুখত যিটো আহিছে তাৰ বাবেই এই প্ৰস্তুতি।

The world may seem upside down at times, but the goals are always in sight 🎯#RP17 pic.twitter.com/81wwGI1rOG

— Rishabh Pant (@RishabhPant17) May 26, 2021

ঋষভৰ ভিডিঅ’টোৱে অনুৰাগীসকলক উৎসাহিত কৰি তুলিছে। শেহতীয়াকৈ টীম ইণ্ডিয়াৰ এইগৰাকী তাৰকা উইকেটকীপাৰ বেটছমেনে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতেই দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে।

ইংলেণ্ডৰ বিৰুদ্ধে অহা ছিৰিজটোত পন্টৰ প্ৰদৰ্শনৰ ওপৰত অৱশ্যেই সকলোৰে দৃষ্টি নিৱদ্ধ থাকিব।

Recent News

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd