• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰে’ল পলমকৈ চলিলে অভিযোগ কৰক, তে’জছ এক্সপ্ৰেছৰ যাত্ৰীলৈ ₹১.৬২লাখ ক্ষতিপূৰণ

Nenow এন ই নাও নিউজ
গুৱাহাটী , October 22, 2019 9:19 pm

1 min read

Tejas express 2 private trains to run from Guwahati to outside Northeast

তে’জছ এক্সপ্ৰেছৰ ফাইল ছবি।

2.7k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত ৰে’ল অতিমাত্ৰা পলমকৈ চলাটোও একৰকম নিয়মৰ দৰে। কিন্তু শেহতীয়াকৈ ব্যক্তিগত খণ্ডত মুকলি কৰা তে’জছ এক্সপ্ৰেছৰ যাত্ৰাত দেৰি হোৱা বাবে যাত্ৰীলৈ আগবঢ়োৱা হৈছে ১.৬২লাখ টকাৰ ক্ষতিপূৰণ।

পৰীক্ষামূলকভাৱে চলোৱা লক্ষ্ণৌ-দিল্লী ৰে’লখন পৰিচালনা কৰা আই আৰ চি টি চি (Indian Railway Catering and Tourism Corporation)য়ে যাত্ৰীলৈ এই ক্ষতিপূৰণ ঘোষণা কৰিছে।

যোৱা ১৯ অক্তোবৰত দিল্লীৰ পৰা লক্ষ্ণৌমুখী ৰে’লখনত যাত্ৰী আছিল ৪৫০গৰাকী। বিপৰীতে ২০ অক্তোবৰত লক্ষ্ণৌ-দিল্লীমুখী একেখন ৰে’লত যাত্ৰী আছিল ৫০০গৰাকী।

বীমা কোম্পানিৰ জৰিয়তে সকলো যাত্ৰীক সামূহিকভাৱে এই ক্ষতিপূৰণ আদায় দিয়া হ’ব।

তাৎপৰ্য্যপূৰ্ণভাৱে, ভাৰতত এয়ে প্ৰথমবাৰৰ বাবে ৰে’ল পলমকৈ চলাৰ বাবে ক্ষতিপূৰণ দিয়া হৈছে বুলি বাতৰিত প্ৰকাশ। কিন্তু, ভাৰতীয় ৰে’লৰ বিভাগীয় ৱে’বছাইটত সকলো ৰে’লৰ ক্ষেত্ৰতে পলম হ’লে যাত্ৰীয়ে টিকেটৰ ৰিফাণ্ড পোৱাৰ কথা উল্লেখ আছে।

কিদৰে পাব ৰে’ল পলমকৈ চলাৰ ক্ষতিপূৰণ–

Indian railways train late compensation
সৌজন্য– www.indianrail.gov.in

ৰে’ল নিৰ্ধাৰিত সময়তকৈ তিনি ঘণ্টা পলমকৈ চলিলে আপুনি ঘূৰাই পাব লাগে টিকেটৰ ধন–

Indian railways train late compensation
সৌজন্য– www.indianrail.gov.in

Recent News

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

index.jpgv

উত্তাল পাকিস্তান : মোদীসহ অন্য ৰাষ্ট্ৰৰ নেতাৰ ফ’টো লৈ সিন্ধু প্ৰদেশত স্বাধীনতাৰ দাবী বিক্ষোভকাৰীৰ

a imran

অৰ্ণৱ গোস্বামীৰ কান্ধত থৈ মোদীলৈ বন্দুক টোৱালে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে!

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd