• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিহাৰত বিৰোধী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব তেজস্বী যাদৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 23, 2025 6:16 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধী মিত্ৰজোঁট ‘গ্ৰেণ্ড এলায়েন্সে আৰজেডি নেতা তেজস্বী যাদৱক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। বৃহস্পতিবাৰে পাটনাত অনুষ্ঠিত যৌথ সংবাদমেলত এই ঘোষণা কৰে। ইয়াৰ লগতে বিকাশশীল ইনছান পাৰ্টিৰ মুৰব্বী মুকেশ সাহনীক উপ-মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে। অৱশ্যে আসন ভাগ-বতৰা আৰু প্ৰাৰ্থী নিৰ্বাচনক লৈ মিত্ৰজোঁটৰ মাজত এটিয়াও বিতৰ্ক  অব্যাহত আছে।

উল্লেখ্য যে সংবাদমেলত কংগ্ৰেছৰ প্ৰতিনিধী হিচাপে উপস্থিত থাকে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট। তেওঁ তেজস্বী যাদৱক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰি কয় যে, “তেজস্বী যুৱক আৰু কাৰ্য্যৰ প্ৰতি দায়বদ্ধ।” বিজেপি নেতা অমিত শ্বাহক সম্বোধন কৰি গেহলটে কয়, “মই অমিত শ্বাহক ক’ব বিচাৰো যে আমাৰ নেতা তেজস্বী জাগ্ৰত হৈছে। এইবাৰ তেওঁলোকে (শাসকীয় এনডিএ) মুখ্যমন্ত্ৰীৰ পদ নিশ্চিত কৰক।”  মিত্ৰজোঁটত অব্যাহত বিতৰ্কৰ মাজতে এই ঘোষণা হৈছে।

Apply Now

আসন ভাগ বতৰাৰ চুক্তিৰ পৰা আৰম্ভ হৈ যৌথ সংবাদমেললৈকে ‘গ্ৰেণ্ড এলায়েন্স’ বিতৰ্কৰ পৰা মুক্ত হোৱা নাই। আৰজেডি আৰু কংগ্ৰেছে তিনিখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু ইয়াক ‘বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতা’ হ’ব বুলি অভিহিত কৰিছে। অৱশ্যে বিৰোধী পক্ষৰ এই সিদ্ধান্তক লৈ বিজেপি আৰু জেডিইউয়ে লৈ সমালোচনা কৰিছে। সংবাদমেলৰ মঞ্চৰ আঁৰত কেৱল তেজস্বীৰ ফটো থকাৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছে। ইয়াৰ দ্বাৰা মিত্ৰজোঁটে ‘সহমত’ প্ৰদৰ্শনৰ চেষ্টা চলাইছে বুলি অনুমান কৰা হৈছে।

সংবাদমেলত উপস্থিত চিপিআইৰ নেতা দিপাংকৰ ভট্টাচাৰ্যয় কয় যে, “বিহাৰৰ দৰে বৃহৎ ৰাজ্যত প্ৰয়োজন অনুসৰি উপ-মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছে। আমি অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ভাবিছিলোঁ, কিন্তু মিত্ৰতা বৃদ্ধি পোৱাৰ বাবে ২০খন আসনতহে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আমি ঐক্যবদ্ধভাৱে যুঁজ দিম।”

উল্লেখ্য যে প্ৰথম অৱস্থাত আৰজেডি আৰু কংগ্ৰেছে আনুষ্ঠানিক তালিকা প্ৰস্তুত নকৰাকৈয়ে কিছুমান আসনত প্ৰাৰ্থী ঘোষণা কৰিছিল, যাৰ ফলত মিত্ৰজোঁটৰ সমীকৰণক লৈ প্ৰশ্ন উত্থাপিত হৈছিল। যৌথ সংবাদমেলত এই বিতৰ্ক নিৰাময়ৰ চেষ্টা চলোৱা পৰিলক্ষিত হয়।

এই ঘোষণাৰ পিছতে তেজস্বী যাদৱে এনডিএক সমালোচনা কৰি কয়, “আমি যৌথ সংবাদমেল অনুষ্ঠিত কৰিলোঁ, কিন্তু এনডিএত নীতিশ কুমাৰক অন্যায়ভাৱে ব্যৱহাৰ কৰা হৈছে। তেওঁলোকে এটাও যৌথ সংবাদমেল অনুষ্ঠিত কৰা নাই। মুখ্যমন্ত্ৰী পদৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই। আমি আৰম্ভণিৰে পৰাই কৈ আহিছো যে বিজেপিয়ে নীতিশক মুখ্যমন্ত্ৰী হোৱাটো নিবিচাৰে।” তেজস্বীয়ে এনডিএত নীতিশ কুমাৰক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা নকৰাক লৈ প্ৰশ্ন উত্থাপন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

July 17, 2026 2:58 pm
বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

July 17, 2026 2:58 pm
বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd