DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’না আক্ৰান্তৰ মৃতদেহ ট্ৰেক্টৰেৰে শ্মশানলৈ নিলে ডাক্টৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2020 7:11 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

1.8k
VIEWS
Share on FacebookShare on Twitter

তেলেংগানাৰ পেড্ডাপল্লী জিলাৰ এখন চৰকাৰী চিকিৎসালয়ৰ এগৰাকী চিকিৎসকে ক’ৰ’নাৰ ফলত মৃত্যু হোৱা এজন লোকৰ মৃতদেহ ট্ৰেক্টৰত ভৰাই শ্মশানলৈ লৈ যোৱা ঘটনাই তীব্ৰ চৰ্চা লাভ কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি, চিকিৎসালয়ৰ পৰা লোকজনৰ মৃতদেহ শ্মশানলৈ নিয়াৰ ক্ষেত্ৰত নগৰ নিগমৰ ড্ৰাইভাৰ অমান্তি হোৱাত চিকিৎসকজনে নিজে ট্ৰেক্টৰ চলাই শ্মশানলৈ নিয়ে।

চিকিৎসকজনৰ নাম ডাঃ শ্ৰীৰাম। তেওঁ পেড্ডাপল্লী জিলাৰ নোডেল অফিচাৰ।

সম্পূৰ্ণ ৰীতি-নীতিৰে যাতে মৃত্যু হোৱা লোকজনৰ সৎকাৰ কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চিকিৎসক শ্ৰীৰামে পি পি ই কিট পৰিধান কৰি মৃতদেহটো শ্মশানলৈ লৈ যায়।

জানিব পৰা মতে, পেড্ডাপল্লীৰ চৰকাৰী চিকিৎসালয়ত দেওবাৰে পুৱা ৪৫ বছৰীয়া লোকজনৰ মৃত্যু হৈছিল।

ইয়াৰ পিছতে লোকজনৰ মৃতদেহ শ্মশানলৈ নিয়াৰ বাবে নগৰ নিগমক খবৰ দিয়া হয়। কিন্তু নগৰ নিগমে মৃতদেহ শ্মশানলৈ নিবলৈ অমান্তি হোৱাত বহু সময় ধৰি চিকিৎসালয়তে পৰি থাকে মৃতদেহ।

এই ঘটনা সন্দৰ্ভত ডাঃ শ্ৰীৰামে কয় যে জিলাৰ মেডিকেল বিষয়া হোৱা হেতুকে মৃতদেহ সঠিক ৰূপত সৎকাৰ হোৱাটো মোৰ দায়িত্ব।

শ্মশানঘাটলৈ ট্ৰেক্টৰ চলাই লৈ যোৱা প্ৰসংগত চিকিৎসক গৰাকীয়ে কয় যে মই ড্ৰাইভাৰ গৰাকীক বুজাব বিচাৰিছো যে ক’ৰ’না যুদ্ধত এয়া আমাৰ দায়িত্ব আৰু ইয়াক সঠিক ৰূপে পালন কৰাটো প্ৰয়োজনীয়।

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd