• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পলমকৈ উপস্থিত হোৱাৰ বাবে দিব নোৱাৰিলে পৰীক্ষাঃ পিতৃলৈ ক্ষমা পত্ৰ লিখি চৰম পন্থা ল’লে ছাত্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2024 7:48 pm
Telangana student ends life after missing exam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰীক্ষা কেন্দ্ৰত পলমকৈ উপস্থিত হৈছিল এজন ইণ্টাৰমিডিয়েট ছাত্ৰ। কিন্তু নিৰ্ধাৰিত সময়তকৈ পিছত উপস্থিত হোৱাৰ বাবে ছাত্ৰজনক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ দিয়া নহ’ল।

এই দুখতে ছাত্ৰজনে লয় আত্মহত্যাৰ দৰে চৰম পন্থা। এই শোকাৱহ ঘটনা সংঘটিত হৈছে তেলেংগানাত। আদিলাবাদ জিলাৰ এই ছাত্ৰজনে জলসিঞ্চনৰ খালত জপিয়াই আত্মহত্যা কৰে।

Apply Now

ঘটনাস্থলীত উদ্ধাৰ হৈছে ছাত্ৰজনে এৰি থৈ যোৱা চুইচাইড নোট। এই নোটত ছাত্ৰজনে পৰীক্ষা দিব নোৱাৰাৰ বাবে পিতৃৰ ওচৰত ক্ষমা বিচাৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

প্ৰকাশিত খবৰ অনুসৰি, পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ পৰীক্ষা অনুষ্ঠিত হৈছিল। ছাত্ৰখন পুৱা ৯.১৫ বজাত পৰীক্ষা কেন্দ্ৰত উপস্থিত হয়। কিন্তু পৰীক্ষাত বহিব নিদিয়াত তেওঁ ঘৰলৈ ঘূৰি আহে।

ঘৰলৈ উভতাৰ পথতে ছাত্ৰজনে দুখ আৰু অনুশোচনাত আত্মহত্যাৰ সিদ্ধান্ত লয় আৰু পথৰ কাষতে থকা এটা জলসিঞ্চন প্ৰকল্পত জপিয়াই আত্মহত্যা কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰি এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে। ঘটনাস্থলীৰ পৰা তেওঁৰ ঘড়ী আৰু মানিবেগও উদ্ধাৰ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৮ জন বিদেশীৰ বিৰুদ্ধে আমেৰিকাৰ ন্যায় বিভাগৰ কঠোৰ ব্যৱস্থা: নিৰ্বাচনী জালিয়াতিত নাম সাঙোৰ খালে দুই ভাৰতীয়ৰ

২৮ জন বিদেশীৰ বিৰুদ্ধে আমেৰিকাৰ ন্যায় বিভাগৰ কঠোৰ ব্যৱস্থা: নিৰ্বাচনী জালিয়াতিত নাম সাঙোৰ খালে দুই ভাৰতীয়ৰ

October 20, 2026 12:27 pm
মানকাচৰ সীমান্তত ১৩ জন বাংলাদেশী নাগৰিক আটক…

মানকাচৰ সীমান্তত ১৩ জন বাংলাদেশী নাগৰিক আটক…

October 20, 2026 10:40 am
এছিয়ান পেৰা গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত! ১২টালৈ বৃদ্ধি পালে দেশৰ পদকৰ সংখ্যা

এছিয়ান পেৰা গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত! ১২টালৈ বৃদ্ধি পালে দেশৰ পদকৰ সংখ্যা

October 20, 2026 9:11 am
মৃত্যুদণ্ডৰ পৰা হাত সাৰিব নোৱাৰিব ৯/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড খালিদ শ্বেইখ মহম্মদে! সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে অভিযুক্তৰ আবেদন

মৃত্যুদণ্ডৰ পৰা হাত সাৰিব নোৱাৰিব ৯/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড খালিদ শ্বেইখ মহম্মদে! সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে অভিযুক্তৰ আবেদন

October 20, 2026 8:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৮ জন বিদেশীৰ বিৰুদ্ধে আমেৰিকাৰ ন্যায় বিভাগৰ কঠোৰ ব্যৱস্থা: নিৰ্বাচনী জালিয়াতিত নাম সাঙোৰ খালে দুই ভাৰতীয়ৰ

২৮ জন বিদেশীৰ বিৰুদ্ধে আমেৰিকাৰ ন্যায় বিভাগৰ কঠোৰ ব্যৱস্থা: নিৰ্বাচনী জালিয়াতিত নাম সাঙোৰ খালে দুই ভাৰতীয়ৰ

October 20, 2026 12:27 pm
মানকাচৰ সীমান্তত ১৩ জন বাংলাদেশী নাগৰিক আটক…

মানকাচৰ সীমান্তত ১৩ জন বাংলাদেশী নাগৰিক আটক…

October 20, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd