DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফখৰ জামান, মহম্মদ হাফিজকে ধৰি পাকিস্তানৰ ১০ গৰাকী ক্ৰিকেটাৰ ক’ৰ’না আক্ৰান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2020 8:17 pm
মহম্মদ হাফিজ, উৎস-ইণ্টাৰনেট

মহম্মদ হাফিজ, উৎস-ইণ্টাৰনেট

447
VIEWS
Share on FacebookShare on Twitter

ইংলেণ্ড আৰু পাকিস্তানৰ প্ৰস্তাৱিত ক্ৰিকেট শৃংখলাৰ পূৰ্বে ক’ৰ’না ভাইৰাছত সম্পূৰ্ণৰূপে জৰ্জৰিত হৈ পৰিছে পাকিস্তান ক্ৰিকেট দল।

সোমবাৰে তিনিগৰাকী পাকিস্তানী ক্ৰিকেটাৰ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে মঙলবাৰে পুনৰ অন্য সাত গৰাকী ক্ৰিকেটাৰৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

মঙলবাৰে নতুন কৈ ক’ৰ’না আক্ৰান্ত হোৱা পাকিস্তানী ক্ৰিকেটাৰ কেইগৰাকী হৈছে ক্ৰমে- কাচিফ ভাটি, মহম্মদ হাচনান, ফখৰ জামান, মহম্মদ ৰিজৱান, মহম্মদ হাফিজ, ৱাহাব ৰিয়াজ আৰু ইমৰাণ খান।

সোমবাৰে শ্বাহদাব খান, হাইদৰ আলী আৰু হাৰিছ ৰৌফ ক’ৰ’না আক্ৰান্ত হৈছে বুলি পৰীক্ষাত প্ৰমাণ হৈছিল।

পাকিস্তান ক্ৰিকেট দলৰ ১০ গৰাকী ক্ৰিকেটাৰ ক’ৰ’না আক্ৰান্ত হোৱাৰ পাছতে ইংলেণ্ড আৰু পাকিস্তানৰ মাজৰ প্ৰস্তাৱিত ক্ৰিকেট শৃংখলাটোৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে।

পাকিস্তান ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ এগৰাকী বিষয়াই উল্লেখ কৰা অনুসৰি ক’ৰ’না আক্ৰান্ত ক্ৰিকেটাৰ সকল পৰীক্ষাৰ অন্তত ক’ৰ’না নিগেটিভ বুলি ফলাফল আহিলেহে দলৰ সৈতে যোগদান কৰিব পাৰিব।

বৰ্তমান আটাইকেইগৰাকী ক্ৰিকেটাৰকে আইচ’লেশ্যনত ৰখা হৈছে।

Recent News

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd