DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীৰ উপস্থিতিত বিশ্ব পৰিবেশ দিৱসত ১০ লাখ গছ পুলি ৰোপনৰ লক্ষ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2019 9:30 pm
assam1-750x375

মুখ্য মন্ত্ৰী সোণোৱালৰ ফাইল ফটো।

700
VIEWS
Share on FacebookShare on Twitter

বিশ্ব পৰিবেশ দিৱস সমাগত। ভাৰতৰ লগতে সমগ্ৰ বিশ্বত বিশ্ব পৰিবেশ দিৱশ পৰিবেশ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি অতি গাম্ভীৰ্যতাপূৰ্ণভাবে পালন কৰা হয়। অসম চৰকাৰেও ৫ জুন বিশ্ব পৰিবেশ দিৱস এইবাৰ কেন্দ্ৰীয়ভাবে শিলচৰত পালন কৰাৰ বাবে বিশেষভাবে উদ্যোগ গ্ৰহণ কৰিছে।

আনহাতে, শিলচৰত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় বিশ্ব পৰিবেশ দিৱসত মুখ্য মন্ত্ৰীৰ উপস্থিতিত কাছাৰত প্ৰায় একেদিনাই ১০ লাখ গছৰ পুলি ৰোপন কৰাৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ’বলগীয়া বিশ্ব পৰিবেশ দিৱসত মুখ্য মন্ত্ৰীৰ লগত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যও উপস্থিত থাকিব বুলি চৰকাৰী বিষয়াৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে।

আজি কাছাৰ জিলা উপায়ুক্ত শ্ৰীমতী লায়া মাদ্দুৰীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি কেন্দ্ৰীয় বিশ্ব পৰিবেশ দিৱস অনুষ্ঠানৰ বিষয়ে বৰ্ণনা কৰে।

আনহাতে, সংবাদ মেলত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন প্ৰকল্প আৰু প্ৰদৰ্শনীও প্ৰদৰ্শন কৰা হ’ব বুলি উ্ল্লেখ কৰে।

Recent News

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

জনপ্ৰতিনিধিৰ কাণ্ড: আনৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

জনপ্ৰতিনিধিৰ কাণ্ড: আনৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd