• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আই চি চিৰ বলত থু লগাব নোৱাৰা নিৰ্দেশনাৰ পাছত টেষ্ট ক্ৰিকেটত ৫০ অভাৰত নতুন বল দিয়াৰ পোষকতা শচীনৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 10, 2020 9:22 am

1 min read

SachinTendulkar

শচীন টেণ্ডুলকাৰ। ফটো : এ পি

375
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাৰ সংক্ৰমণৰ পাছত আই চি চিয়ে খেলুৱৈ সকলে বলত থু লগাব নোৱাৰিব বুলি নতুন নৰ্দেশনা জাৰি কৰাৰ পাছতে এই সন্দৰ্ভত মত ব্যক্ত কৰিছে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন ৰমেশ টেণ্ডুলকাৰে।

টেণ্ডুলকাৰে আই চি চিৰ নতুন নিৰ্দেশনাৰ পাছতে টেষ্ট ক্ৰিকেটাত প্ৰতি ৫০-৫৫ অভাৰত নতুন ব’ল দিয়াৰ পোষকতা কৰে যাতে বেগী বলাৰ সকলৰ সহায় হয়।

‘‘যদিহে পিটছ উন্নত মানৰ নহয় তেন্তে খেলৰ মান হ্ৰাস পাব আৰু খেলৰ গতি মন্থৰ হ’ব কাৰণ বেটছমেনে বুজি উঠিব যে যদিহে তেওঁ বেয়া শ্বট নেখেলে কোনোৱে তেওঁক আউট কৰিব নোৱাৰিব,’’ শচীন টেণ্ডুলকাৰে।

উল্লেখযোগ্য যে, পূৰ্বে টেষ্ট ক্ৰিকেটত প্ৰতি ৯০ অভাৰৰ পাছত নতুন বল দিয়া হৈছিল।

ক’ৰ’নাৰ সংক্ৰমণৰ পাছত পুনৰ ক্ৰিকেট আৰম্ভ কৰাৰ ক্ষেত্ৰত আই চি চিয়ে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে।

আই চি চিৰ নতুন নিৰ্দেশনা অনুসৰি বলত থু লগাব নোৱাৰিব, খেলপথাৰত থুৱাব নোৱাৰিব।

তাৰোপৰি, প্ৰতিখন শৃংখলাৰ পূৰ্বে খেলুৱৈ সকলৰ ক’ৰ’না টেষ্ট কৰা হ’ব লগতে খেলুৱৈ সকলে ১৪ দিন কোৱাৰেণ্টাইনত থাকিব লাগিব।

Recent News

20201207_1907131-750x376

স্বার্থ, ভোট বিভাজন ৰোধ : নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজলৰ দলৰ তিনি শীৰ্ষ নেতাই!

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

UPPL

য়ুপিপিএলৰ পাভ লুটি! : দুৰ্নীতি পৰায়ণ বুলি গোচৰ তৰি ৰঙা দলিচাৰে আদৰিলে অভিযুক্ত ঠিকাদাৰক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd