• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

য়ামাহাৰ Tenere 700; যুৱকসকলৰ বাবে বজাৰলৈ অহা এখন সপোনৰ বাইক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 11, 2019 7:56 pm

2 min read

Bike story

Tenere 700 বাইক। ফটো : ইন্টাৰনেট

1.3k
VIEWS
Share on FacebookShare on Twitter

সুসজ্জিত স্প’ক আৰু টিয়ুব হুইলৰ ২১’ফ্ৰন্ট আৰু ১৮’ ৰিয়েৰৰ সৈতে ১৭’ৰ ৬৬০মডেলৰ বিপৰীতে Tenere 700  খলাবমা পথেৰে দৌৰাব পৰা ৰাবাৰ অপশ্যনৰ সৈতে অতি উপযোগী বাইক।

কিন্তু পূৰ্বসূৰীখনৰ দৰেই Tenere 700 ৰো এযোৰ ২৮০ এমএম ৱেভ ডিস্কৰ ৰূপত সন্মুখৰ পিনে বিশাল টুইন ডিস্ক আছে। ইয়াক এলানি ব্ৰেম্বো টুইন-পট কেলিপাৰৰ্ছে সাৱটি ধৰি আছে।

বাইকখনৰ গতিয়ে প্ৰথমতে সন্মোহিত কৰি তোলে আৰু তাৰপাছত আপুনি এতিয়া লিভাৰত চাপ দিব তেতিয়া ই আৰু অধিক শক্তিৰে গতি লব। এইটোৱে আপোনাক মসৃন পথতে নহয়, ওখোৰা মোখৰা পথতো আনি দিব এক কনফিডেন্স।

বাইকখনৰ ৰিয়েৰ’ত এখন চিংগল ২৪৫এমএমৰ ডিস্ক আছে আৰু এটা পট ব্ৰেম্বো আছে যিয়ে আপোনাক আকৌ আকৰ্ষণীয় আকাৰ ব্ৰেক পেডেলৰ জৰিয়তে এক সুন্দৰ গতিৰ অনুভৱ আনি দিব।

Tenere 700 ত ABS ফিট কৰা আছে যিটো বাইকখনৰ চুইটছ অন কৰাৰ প্ৰতিবাৰতে আহে। মসৃন পথত বজাৰৰ আটাইতকৈ অত্যাধুনিক ব্যৱস্থাৰ নহ’লেও ই উপযোগী, কিন্তু খলাবমা পথত কিছু যন্ত্ৰণাদায়ক হ’ব পাৰে।

T7-22 56
Tenere 700 বাইক। ফটো: ইন্টাৰনেট

ভাগ্যক্ৰমে আপুনি ওখোৰামোখৰা পথত ডেছবৰ্ডত থকা বুটনত কেইছেকেণ্ডমান চাপ দি ABS ৰ চুইট্ছ দিব পাৰে কিন্তু আপুনি সেইটো কৰা বন্ধ কৰিব লাগিব।

আপুনি যদি খলাবমা পথত বাইকখন এৰি দিয়ে তেতিয়াহ’লে ঠিকেই আছে, কিন্তু আপুনি যদি সলনাসলনিকৈ মসৃন আৰ খলাবমা পথেৰে যাব লাগে তেতিয়া আপুনি পুনৰ চুইট্ছ অন কৰা বা অফ কৰাৰ বাবে বাৰে বাৰে চেষ্টা কৰিব লাগিব।

বাইকখনৰ আছে এনে এক ‘ফিল’ য’ত আপুনি নিজকে এক সপোনৰ স্থানলৈ যোৱাৰ কল্পনা কৰিব পাৰে।

কাৰিকৰী দিশৰ লগতে বাইকখনে আপোনাক আনি দিব এক নায়কোচিত ভাৱনা আৰু ইয়াত আৰোহন কৰি আপুনি আপোনাৰ যাত্ৰা কৰি তুলিব পাৰে ৰোমাঞ্চকৰ।

Tenere 700  বাইকৰ ভাৰতত মূল্য হৈছে প্ৰায় ৭.৫ লাখ টকা। ধনাঢ্য আৰু আভিজাত্যৰ সমাহাৰত বাইকৰ ভাৱনা ৰখা যুৱসকলৰ বাবে এইখন অত্যন্ত পছন্দৰ বাইক হ’ব পাৰে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd