• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২২ জুনৰ বৈঠকৰ সিদ্ধান্তক উলংঘা চীনৰ : লাডাখৰ পৰা সৈন্য পিছুৱাই নিয়া নাই চীনে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 29, 2020 5:58 pm
index.jpgou

প্ৰতিনিধিত্বমূলক ফ'টো, উৎস- ইন্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গালৱান সংঘৰ্ষৰ পিছতো প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা(এলএচি) লংঘন অব্যাহত ৰাখিছে চীন পিপ’লছ লিবাৰেশ্যন আৰ্মি-এ।

যোৱা ২২ জুনৰ দুই দেশৰ ক’ৰ কামাণ্ডাৰ স্তৰৰ বৈঠকত দুই পক্ষ সেনাই গ্ৰহণ কৰা সিদ্ধান্তকো উপেক্ষা কৰি আহিছে পিএলএ-এ।

Apply Now

চীনে এই সিদ্ধান্তক উপেক্ষা কৰাৰ পিছতে লাডাখৰ পৰিস্থিতি পৰ্যালোচনাৰ বাবে চাইনা ষ্টাডি গ্ৰুপ(চিএছজি)এ কেন্দ্ৰ চৰকাৰৰ সৈতে এক বৈঠকত মিলিত হয়।

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ নেতৃত্বাধীন এই গ্ৰুপত আছে সেনা বাহিনীৰ প্ৰধান, গৃহ আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কেবিনেট সচিব আৰু চেন্ট্ৰেল ইন্টেলিজেন্স ব্যু'(আইবি)ৰ প্ৰধান।

১৯৯৭ চনত গঠিত এই চিএছজিৰ চৰকাৰী স্বীকৃতি নেথাকিলেও চীন সম্পৰ্কীয় নীতি আৰু কৌশল নিৰ্ধাৰণত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

কেন্দ্ৰৰ এক সূত্ৰৰ মতে, শনিবাৰে নিশাৰ বৈঠকত লাডাখৰ এলএচিত চীনা সেনাৰ তৎপৰতা বৃদ্ধি সম্পৰ্কে আলোচনা কৰে চিএছজিএ।

কেন্দ্ৰৰ এগৰাকী বিষয়াই জনাইছে যে, গালৱান সংঘৰ্ষত ২০ গৰাকী নিহত হোৱাৰ উপৰিও ১৫ গৰাকী ভাৰতীয় সেনাৰ মূৰত চোকা অস্ত্ৰৰ আঘাতৰ চিহ্ন স্পষ্ট হৈ আছে।

প্ৰাক্তন সেনা প্ৰধান তথা কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙে ১৫ জুনৰ সংঘৰ্ষৰ বিষয়ে কয়, “৬ জুনৰ ক’ৰ কামাণ্ডাৰ স্তৰৰ প্ৰথম বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে, দুই পক্ষই এলএচিৰ পৰা সেনা বাহিনীৰ লগতে ছাউনীও পিছুৱাই নিব। কিন্তু কৰ্ণেল সন্তোষ বাবুৰ নেতৃত্বত বিহাৰ ৰেজিমেন্টৰ জোৱানসকলে ১৫ জুনৰ ৰাতি গৈ দেখে যে চীনা ছাউনীবোৰ পইণ্ট ১৪ত তেতিয়াও আছে। সন্তোষৰ নিৰ্দেশত ভাৰতীয় জোৱানসকলে ছাউনীবোৰ ভাঙিবলৈ চেষ্টা কৰে। সেই সময়তে হঠাতে এটা ছাউনীত অগ্নি সংযোগ ঘটে। আৰু ইয়াৰ পৰাই সংঘৰ্ষৰ আৰম্ভ হয়।”

আনহাতে উপগ্ৰহীয় চিত্ৰত দেখা গৈছে যে যোৱা এসপ্তাহত সংঘৰ্ষস্থলীৰ সমীপৰ গালৱান নদীৰ পাৰত চীনা সেনাৰ ছাউনীৰ সংখ্যা বৃদ্ধি পাইছে।

গোগৰাৰ হটস্প্ৰিং অঞ্চল আৰু পাংগং হ্ৰদৰ উত্তৰ ফিঙ্গাৰ পইণ্ট ৮ৰ পৰা ৪ৰলৈকে চীনা সেনাই কংক্ৰিটৰ বাংকাৰ নিৰ্মাণ কৰি অৱস্থান কৰি থকাৰ তথ্য ভাৰতীয় সেনাৰ হাতত আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026 9:50 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026 9:50 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd