• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চেঁপা উত্তেজনাত উখৰুল, চিহাইত মুখামুখি এন এচ চি এন-আই এম, আছাম ৰাইফলছ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2019 5:08 pm
Tension grips Sihai as troops march close to NSCN (IM) Southern Command

খামাচ’ম গাঁৱত দেওবাৰে আছাম ৰাইফলছৰ জোৱান।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন এচ চি এন-আই এমৰ চাউদাৰ্ন কমান্দ উৎখাতৰ চেষ্টা কৰা আছাম ৰাইফলছৰ সৈতে নাগা আৰ্মিৰ মুখামুখি যুদ্ধৰ উপক্ৰম হোৱাত দেওবাৰে চেঁপা উত্তেজনাই আৱৰি ধৰে মণিপুৰৰ উখৰুল জিলাৰ চিলাইৰ এখন ক্ষুদ্ৰ গাওঁ।

চিলাইৰ খামাচ’ম গাঁৱত সংঘৰ্ষ উন্মুখ আছাম ৰাইফলছ আৰু নাগা আৰ্মিক শেষ মুহূৰ্তত শান্ত কৰিবলৈ সক্ষম হয় ঘটনাস্থলীত উপস্থিত হোৱা তাংখুল ফ্ৰন্তেল অৰ্গেনাইজে’চনৰ নেতাসকল।

Apply Now

তাংখুল নেতৃত্বৰ হস্তক্ষেপত গাওঁখন এক নিশ্চিত ৰক্তাক্ত সমুখ সমৰৰ পৰা কথমপি ৰক্ষা পৰিলেও এতিয়াও অঞ্চলটোত শাম কটা নাই উত্তেজনা।

এক সূত্ৰই নৰ্থ ইষ্ট নাও-ক জনোৱা মতে, গাওঁবাসীয়ে গীৰ্জাত কটোৱা “পবিত্ৰ” দেওবাৰৰ পুৱাই এলেকাটোত আছাম ৰাইফলছৰ সেনা সঞ্চালন দেখি স্থানীয় লোকসকল উদ্বিগ্ন হৈ পৰে আৰু দেখে যে ৰাইফলছৰ জোৱানসকলে অঞ্চলটোত উৎখাতৰ প্ৰস্তুতি চলাইছে এন এচ চি এন-আই এমৰ শিবিৰ— যাৰ নিশ্চিত পৰিণতি আছিল এক ৰক্তক্ষয়ী যুদ্ধ।

Tension grips Sihai as troops march close to NSCN (IM) Southern Command

বহুমূলীয়া শান্তি প্ৰক্ৰিয়া বিনষ্ট কৰিব পৰা ৰক্তপাতৰ পৰা আঁতৰি থকাৰ উদ্দেশ্যে গাঁৱৰ বৰমূৰীয়াসকলে ততাতৈয়াকৈ হস্তক্ষেপ কৰে।

আছাম ৰাইফলছৰ সেনা সঞ্চালনৰ কথা নিশ্চিত কৰিছে উখৰুলৰ আৰক্ষী অধীক্ষক নিংচেন ৱৰংগামে।

ৱৰংগামে জনায় যে চিহাইৰ আশে-পাশে সশস্ত্ৰ বিদ্ৰোহীৰ চালচলনৰ নিশ্চিত খবৰ তেওঁলোকৰ হাতত আছে আৰু অঞ্চলটোৰ পৰা তেওঁলোকক উৎখাতৰ চেষ্টা চলোৱা হৈছে।

“পৰিস্থিতি বৰ্তমান সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন, গাওঁবিলাকত এতিয়া কোনো উত্তেজনা নাই,” ৱৰংগামে জনায়।

ঘটনাটোক লৈ এন এচ চি এন-আই এমে এতিয়াও বিভাগীয় বিবৃতি জাৰি কৰা নাই যদিও সচকিত হৈ আছে গাওঁবাসী।

নৰ্থ ইষ্ট নাও-এ বহুবাৰ যোগাযোগৰ চেষ্টা কৰিছে যদিও অঞ্চলটোত সেনা সঞ্চালন সন্দৰ্ভত আছাম ৰইফলছৰ জ্যেষ্ঠ বিষয়াৰ মন্তব্য এতিয়ালৈকে জানিব পৰা হোৱা নাই।

চিলাই উখৰুল জিলাৰ উত্তৰ-পূব কোণত আৰু ই ম্যানমাৰৰ নিচেই কাষত। ই উখৰুল চহৰৰ পৰা ৩৭কিঃ মিঃ উত্তৰে আৰু ইয়াক আংশিকভাৱে ১৫০নং ৰাষ্ট্ৰীয় পথে চুই গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd