DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সম্পূৰ্ণ ক’ভিড বিধি পালনেৰে টীয়কত আছুৰ ক’ভিড সজাগতামূলক গীত মুকলি

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
August 13, 2021 6:31 am
WhatsApp Image 2021-08-12 at 7.07.12 PM

ফটো: নৰ্থইষ্ট নাও।

152
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিডে এক বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰাৰ পাছত এতিয়া কিছু কৰোনাৰ সংক্ৰমণ কমিছে।

ক’ভিডৰ সংহাৰী সময়চোৱাত প্ৰতিটো মুহূৰ্তত ৰাইজৰ কাষত থাকি সেৱা কৰি আহিছিল সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ লগতে টীয়ক আঞ্চলিক ছাত্ৰ সন্থা আৰু শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাই।

ক’ভিড সম্পৰ্কে ৰাইজক আৰু অধিক সজাগ আৰু সচেতন হোৱাৰ আহ্বানেৰে বৃহস্পতিবাৰে টীয়ক আৰক্ষী থানাত টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা আৰু টীয়কৰ শিল্পী সমাজৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য জিতু নেওগৰ চিন্তা আৰু পৰিকল্পনাৰে বিশিষ্ট সুৰকাৰ-গীতিকাৰ অশোক বৰাৰ ৰচিত তথা সুৰেৰে বাণীবদ্ধ এটি গীত মুকলি কৰা হয়।

নাট্যকাৰ তথা কৃতি শিক্ষক ৰমেন শৰ্মাৰ কথাৰে সমৃদ্ধ তথা সংগীতশিল্পী পৰশ প্ৰতিম হাজৰিকাৰ ব্যৱস্থাপনাত সম্পূৰ্ন ক’ভিড নীতি নিয়মৰ মাজেৰে এই ক’ভিড সজাগতামূলক গীতটি মুকলি কৰে যোৰহাটৰ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ হৈ টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌভিক ভূঞা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ডে।

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰন্টু ভূঞাই আঁত ধৰা ক’ভিড সজাগতামূলক গীত উন্মোচনী অনুষ্ঠানত টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়া, জ্যোতি বিদ্যাপীঠৰ প্ৰধান শিক্ষক প্ৰশান্ত কুমাৰ দাস, গীতিকাৰ তথা কণ্ঠশিল্পী বিনোদ ভকলিন,  সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ, উপদেষ্টা ৰাজীৱ বৰা উপস্থিত থাকে।

তদুপৰি, টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সতিশ চাহু, টীয়ক শাখা কবি সন্মিলনৰ সম্পাদক বিমান শইকীয়া, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰশান্ত দোলাকাষৰীয়া, প্ৰীতমজ্যোতি শইকীয়া, সভাপতি পাপু কলিতা, সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্ত, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পবিত্ৰ বৰাকে ধৰি কেইবাজনো বিষয়ববীয়াও উপস্থিত থাকে।

Recent News

World’s costliest number plate: আচৰিত চখ! পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল নম্বৰ প্লেট; ব্যয় ১৩২ কোটি টকা

World’s costliest number plate: আচৰিত চখ! পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল নম্বৰ প্লেট; ব্যয় ১৩২ কোটি টকা

Accident: কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা; ৪ জন নিহত

Accident: কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা; ৪ জন নিহত

Sri lanka economic crisis: ভয়াৱহ সংকট! শ্ৰীলংকাত ২সপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে ইন্ধন তেলৰ বিক্ৰী

Sri lanka economic crisis: ভয়াৱহ সংকট! শ্ৰীলংকাত ২সপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে ইন্ধন তেলৰ বিক্ৰী

Maharashtra Political Crisis: আদিত্য ঠাকৰেৰ চাঞ্চল্যকৰ দাবী! অপহৃত ১৫-২০ জন বিধায়ক; ঘূৰি আহিব বিচাৰে মুম্বাইলৈ

Maharashtra Political Crisis: আদিত্য ঠাকৰেৰ চাঞ্চল্যকৰ দাবী! অপহৃত ১৫-২০ জন বিধায়ক; ঘূৰি আহিব বিচাৰে মুম্বাইলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd