• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডা: দেবেন দত্তৰ হত্যাকাণ্ড : অভিযোগনামাত অভিযুক্ত বিজেপি নেতাক “সাক্ষী” সজাই ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ

NE NOW NEWS এন ই নাও নিউজ
যোৰহাট , September 25, 2019 1:23 pm

1 min read

Dr Deben Dutta

ডাঃ দেবেন দত্ত

359
VIEWS
Share on FacebookShare on Twitter

টীয়ক বাগিচাৰ জ্যেষ্ঠ চিকিৎসক ডা: দেবেন দত্তক নৃশংস হত্যাৰ ঘটনাটোত আৰক্ষীয়ে আদালতত দিয়া অভিযোগনামাখনত অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া বুলি আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে।

গোচৰীয়া পক্ষৰ অধিবক্তাই ২৪ ছেপ্টেম্বৰত যোৰহাট প্ৰে’ছ ক্লাবত এখন সংবাদমেলত কয় যে আৰক্ষীৰ হাতত এটা বিশেষ ৰাজনৈতিক দলৰ মুকুল ৰাজোৱাৰ নামৰ নেতাজন প্ৰত্যক্ষভাৱে জড়িত থকাৰ প্ৰমাণ থকাৰ পিছতো তেওঁক আৰক্ষীয়ে সাক্ষীহে সজালে।

মুকুল ৰাজোৱাৰ টীয়কৰ বনাইগাওঁ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ আৰু ঘটনাটোৰ পিছত এজন অভিযুক্ত হিচাপে আৰক্ষীয়ে তেওঁকো আটক কৰিছিল।

গোস্বামীৰ অভিযোগ, ৰাজনৈতিক হেঁচাতে আৰক্ষীয়ে এই আচামীজনক ৰক্ষণাবেক্ষণ দিবৰ বাবে সাক্ষী হিচাপে উল্লেখ কৰিলে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ ক্লিপত এই নেতাজনক ঘটনাটোত জড়িত থকাটো স্পষ্ট দেখা যায়, যিটো আৰক্ষীৰ হাততো আছে।

অভিযোগনামাত কিছুমান কথা কৌশলপূৰ্ণভাৱে এৰাই চলা হৈছে বুলি সংবাদমেলত দাবী কৰে অধিবক্তাজনে।

আনহাতে অভিযোগনামা দাখিল কৰিলে যদিও তদন্ত সুৰুঙাবিহীনভাৱে সম্পন্ন কৰা বুলি আৰক্ষী অধীক্ষকে দিব লগীয়া টোকাটো সন্নিৱিষ্ট নকৰা বুলিও জানিব পৰা গৈছে।

ইপিনে হত্যাত প্ৰত্যক্ষভাৱে জড়িত বিজেপিৰ নেতা মুকুল ৰাজোৱাৰ নাম অভিযোগনামাত আচামীৰ পৰিৱৰ্তে সাক্ষী হিচাপে উল্লেখ হোৱাত আশ্চৰ্য্য প্ৰকাশ কৰে প্ৰয়াত দত্তৰ পত্নীয়েও{

Recent News

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd