DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকক আন্ত:ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান নাছাৰ স্বীকৃতি

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
June 17, 2021 9:00 pm
dog

*

311
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান NASA ৰ অন্তৰ্গত International Asteroid Search Campaign চমুকৈ IASC ৰ গ্ৰহাণু বা উল্কাপিণ্ড অনুসন্ধান অভিযানত অংশগ্ৰহণ কৰি সফলতাৰে চাৰিটাকৈ উল্কাপিণ্ড চিহ্নিত কৰি NASA ৰ ৱেবছাইটত উল্কাপিণ্ডৰ পৰ্যবেক্ষক-আৱিষ্কাৰক হিচাপে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে টীয়কৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক , বনাই তুলসীজান নিবাসী কংকণ কিশোৰ দত্তই ।

কংকণ কিশোৰ দত্তৰ উপৰি ৰবীন্দ্ৰ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ ৰাজীৱ ৰঞ্জন ধৰ, গঙ্গাচৰণ ধনদা বিদ্যাশ্ৰম মধ্য ইংৰাজী বিদ্যালয়ৰ দেৱস্মিতা পাল আৰু সৰ্ব শিক্ষা মিচন গুৱাহাটীৰ কুলদীপ শেনচোৱায়ো এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।

bhআমেৰিকাৰ হাৱাইত থকা PAN STARRS টেলিস্কোপৰ পৰা মহাকাশৰ ফটো সংগ্ৰহ কৰি বিশেষ কম্পিউটাৰ প্ৰগ্ৰামৰ সহায়ত বিশ্লেষণ কৰি পোৱা প্ৰতিবেদন IASC ক যোগান ধৰিছিল এওঁলোকে।
দলীয় ভাবে এই কাৰ্যসূচীত ভাৰত চৰকাৰৰ অন্তৰ্গত স্বতন্ত্ৰীয় সংস্থা বিজ্ঞান প্ৰচাৰ (VIPNET)ৰ হৈ কাম কৰিছিল।

ক’ভিড মহামাৰীৰ দুৰ্দিনৰ সময়ত আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা অসমৰ চাৰি শিক্ষকৰ এই সফলতাক সমগ্ৰ অসমৰ বিদ্বান মহলে শুভেচ্ছা জনাইছে।

ইপিনে কংকণ কিশোৰ দত্তৰ এই সফলতাত সমগ্ৰ টীয়কবাসীয়ে এতিয়া গৌৰৱ অনুভৱ কৰি অনাগত দিনতো এনে কাৰ্যৰ জড়িয়তে কংকণ কিশোৰ দত্তই সমগ্ৰ ৰাজ্যবাসীক গৌৰান্বিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে।

Recent News

Coaches detach from train

চলন্ত অৱস্থাতে ৰে’লৰ ইঞ্জিনৰ সৈতে বিচ্ছিন্ন হৈ পৰিল কেইবাটাও ডবা: আতংকিত যাত্ৰী

গোপন নথিপত্ৰ বিচাৰি পুনৰ জো বিডেনৰ ঘৰত চাৰে তিনি ঘণ্টা ধৰি তালাচী এফ বি আইৰ

গোপন নথিপত্ৰ বিচাৰি পুনৰ জো বিডেনৰ ঘৰত চাৰে তিনি ঘণ্টা ধৰি তালাচী এফ বি আইৰ

PIL against President and Law minister

সংবিধানৰ প্ৰতি বিশ্বাসৰ অভাৱ দেশৰ উপ-ৰাষ্ট্ৰপতি আৰু কেন্দ্ৰীয় আইন মন্ত্ৰীৰ!

অক্সফৰ্ড অভিধানত স্থান পালে ‘বিন্দাছ’; তালিকাত মুঠ ৮০০ ভাৰতীয় শব্দ

অক্সফৰ্ড অভিধানত স্থান পালে ‘বিন্দাছ’; তালিকাত মুঠ ৮০০ ভাৰতীয় শব্দ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd