• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰী তথ্যত ভয়াৱহ বিভ্ৰান্তি! : প্ৰকৃততে পজিটিভ নে নিগেটিভ?

MMCH ৰ ‘আক্ৰান্ত’ৰ ভিডিঅ’ই উদঙাইছে কোভিড১৯ৰ চিকিৎসাৰ প্ৰকৃত স্বৰূপ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 4, 2020 6:06 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ ক’ৰ’না ‘আক্ৰান্ত’ৰ ভিডিঅ’ই উদঙাইছে কোভি১৯ৰ চিকিৎসাৰ প্ৰকৃত স্বৰূপ।

নৰ্থ ইষ্ট নাওৰ হাতত exclusively পৰা এটা ভিডিঅ’ত চনী কুমাৰ নামৰ এজন লোকে উল্লেখ কৰা অনুসৰি covidassam.in ৱেবছাইটত তেওঁ SRF নম্বৰ দিয়াৰ পাছত তেওঁৰ নিগেটিভ ৰিজাল্ট অহা বুলি দেখুৱাইছে।

Apply Now

তেওঁ উলুবাৰীৰ কোনো কোভিড স্বাৱ পৰীক্ষণ কেন্দ্ৰত পৰীক্ষা কৰাইছিল। ৱেবছাইটত তেওঁ নিগেটিভ ওলোৱাৰ পাছতো তেওঁক ১০ দিন ক’ৰ’না পজিটিভ ৰোগীৰ মাজত ৰখা হ’ল বুলি ভিডিঅ’টোত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

“মই আজি চাইছো অনলাইনত মোৰ কেইদিনমান আগতে কৰা টেষ্টৰ ৰিজাল্ট নিগেটিভ আহিছে। কিন্তু মোক কোভিড ৰোগীৰ মাজত ৰখাই থোৱাৰ পাছত চাগে আকৌ পৰীক্ষাত পজিটিভ ওলাল। প্ৰথমতে নিগেটিভ ওলোৱাৰ পাছত কেনেকৈ ১০ দিন পজিটিভ ৰোগীৰ মাজত মোক ৰখালে? মোৰ কাষৰ সকলোৰে চালো ৰিজাল্ট পজিটিভ আহিছে।” ভিডিওটোত চনী নামৰ যুৱকজনে এইদৰে কয়।

ইপিনে, ভিডিঅ’টোত আন একাংশৰ প্ৰশ্ন “COVID19 ৰ নামত অসমত কি চলিছে? আমাৰ হাততো এতিয়ালৈকে পজিটিভ বুলি মেছেজ আহি পৰাহি নাই। আমিও নিগেটিভ নেকি? আমাক ৰিজাল্টৰ msg টো লাগে।”

উল্লেখযোগ্য যে, কালিও জুবিন গাৰ্গৰ সংগীত পৰিচালক শেখৰ জ্যোতি গোস্বামীয়ে ফেচবুকত কৰা এটা লাইভ ভিডিঅ’ত প্ৰণৱ নামৰ যুৱক এজনৰ নিগেটিভ বুলি মোবাইলত মেছেজ অহাৰ পাছতো কালি জোৰ জবৰদস্তি খানাপাৰা অস্থায়ী কোভিড চিকিৎসালয়লৈ অনা হৈছিল।

এনেবোৰ ঘটনা পোহৰলৈ অহাৰ পাছত প্ৰশ্ন হয় “চৰকাৰী তথ্যত কিয় বাৰে বাৰে পোহৰলৈ আহে ভয়াৱহ বিভ্ৰান্তি ?

স্বাৱ টেষ্টৰ ৰিজাল্ট অহাসকল প্ৰকৃততে পজিটিভ নে নিগেটিভ ?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd