DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

লুধিয়ানা আদালতৰ বিস্ফোৰণৰ সৈতে জড়িত উগ্ৰপন্থীক জাৰ্মানীত গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2021 5:31 pm
Ludhiana court blast case
133
VIEWS
Share on FacebookShare on Twitter

লুধিয়ানা আদালতৰ বিস্ফোৰণ গোচৰৰ সৈতে জড়িত থকা উগ্ৰপন্থী গোট শিখছ ফৰ জাষ্টিছ (SFJ) ৰ সদস্য জচবিন্দৰ সিং মুলতানিক সোমবাৰে জাৰ্মানীত গ্ৰেপ্তাৰ কৰা হয়।

এজন আৰক্ষী বিষয়াই কয় যে অনুসন্ধানৰ সময়ত পাকিস্তান আৰু জাৰ্মানীত বাস কৰা দুজন সন্দেহজনক লোকৰ নাম প্ৰকাশ হৈছে। দুয়োজন ব্যক্তি নিষিদ্ধ শিখ সংগঠনৰ সদস্য। শিখছ ফৰ জাষ্টিচ ভাৰতত এটা সন্ত্ৰাসবাদী গোট হিচাপে স্বীকৃত।

চোৰাংচোৱা সংস্থাসমূহে ইয়াৰ পূৰ্বে বৰ্তমান পাকিস্তানত থকা খালছা সন্ত্ৰাসবাদী হৰবিন্দৰ সিং সান্ধু আৰু SFJ ৰ শীৰ্ষ সদস্য আৰু জাৰ্মানীত বাস কৰা গুৰপতৱন্ত সিং পান্নুৰ ঘনিষ্ঠ সহযোগী জচবিন্দৰ সিং মুলতানিক লুধিয়ানা বিস্ফোৰণত জড়িত থকাৰ বিষয়ে সতৰ্ক কৰি দিছিল।

দুয়োখন দেশৰ কূটনৈতিক আলোচনাৰ পিছত জাৰ্মান আৰক্ষীয়ে পঞ্জাৱৰ লুধিয়ানা বিস্ফোৰণত ভূমিকা আৰু ভাৰতৰ অন্যান্য চহৰৰ লগতে নতুন দিল্লীত অধিক সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰাৰ বাবে এৰফুৰ্ট চহৰৰ পৰা মুলতানীক গ্ৰেপ্তাৰ কৰে।

ভাৰতীয় আৰক্ষী বিষয়াৰ এটা দলে শীঘ্ৰেই মুলতানীক জেৰা কৰিবলৈ জাৰ্মানীলৈ যাব।

উল্লেখ্য যে যোৱা ২৩ ডিচেম্বৰত লুধিয়ানা আদালত চৌহদত সংঘটিত হোৱা বোমা বিস্ফোৰণত এজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক আহত হৈছিল।

Recent News

স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা; যিদৰে দেখিছো, অনুভৱ কৰিছো…

স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা; যিদৰে দেখিছো, অনুভৱ কৰিছো…

আমাৰ পতাকা আৰু কিছু চিন্তা

আমাৰ পতাকা আৰু কিছু চিন্তা

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd