• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৯৯ শতাংশ সফল হৈছে ভাৰতে পুৰুষৰ বাবে তৈয়াৰ কৰা গৰ্ভনিৰোধক ঔষধ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2023 9:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইয়াৰ আগলৈকে গৰ্ভনিৰোধক কেৱল মহিলাৰ বাবেহে আছিল। পুৰুষৰ বাবে একমাত্ৰ বিকল্প আছিল ভেচেক্টমী। 

কিন্তু বিপ্লৱ আনিছে ভাৰতীয় সংগঠন আইচিএমআৰে। ইতিমধ্যে পুৰুষৰ বাবে গৰ্ভনিৰোধক ঔষধৰ কথা ঘোষণা কৰা হৈছে। এতিয়া সেই ঔষধৰ সফলতাৰ কথাও জানিব পৰা গৈছে। 

Apply Now

পৰীক্ষাত ভাৰতে পুৰুষৰ বাবে তৈয়াৰ কৰা RISUG নামৰ গৰ্ভনিৰোধক ঔষধ ৯৯ শতাংশ সফল হৈছে। 

জানিব পৰা মতে এই ঔষধ বেজীৰ জৰিয়তে পুৰুষৰ শৰীৰত প্ৰদান কৰা হয়। পৰীক্ষাত দেখা গৈছে যে RISUG ব্যৱহাৰ কৰিলে সংগীয়ে গৰ্ভৱতী হোৱাৰ সম্ভাৱনা প্ৰায় নাথাকে। 

শেহতীয়াকৈ এণ্ড্ৰ’লজী আলোচনীত প্ৰকাশ পাইছে আইচিএমআৰৰ ট্ৰায়েল ৰিপ’ৰ্ট। ৯৯ শতাংশ সফলতাৰ কথা তাত উল্লেখ কৰা হৈছে।

ভেচেক্টমী বা বন্ধ্যাকৰণ মূলতঃ অস্ত্ৰোপচাৰৰ পদ্ধতি আছিল। সেই প্ৰক্ৰিয়াৰ বিকল্প হ’ব পাৰে ৰিছুগ। 

আইচিএমআৰে ৩০৩জন লোকৰ ওপৰত এই ঔষধৰ ট্ৰায়েল চলাই গৰ্ভধাৰণৰ সম্ভাৱনা কিমান তাক নিৰীক্ষণ কৰি সফলতাৰ বিচাৰ কৰিছে। 

গৱেষকৰ দলটোৰ অন্যতম নেতা আৰ এছ শৰ্মাই কয় যে সফলতা মূলতঃ দুটা কাৰকৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। প্ৰথমতে শুক্ৰাণুৰ উপস্থিতি কমিছে নে নাই, দ্বিতীয়তে সংগীজন গৰ্ভধাৰণ হোৱাৰ সম্ভাৱনা আছে নে নাই। তেওঁ দাবী কৰে যে দুয়োটা ক্ষেত্ৰতে সফলতা দেখা গৈছে।

গৱেষকগৰাকীয়ে লগতে কয় যে কৰ’নাৰ পৰিস্থিতিৰ বাবে এই অধ্যয়নত বহু অসুবিধাৰ সৃষ্টি হৈছিল। কিন্তু এতিয়া সেই গৰ্ভনিৰোধক ঔষধৰ পৰীক্ষা সম্পূৰ্ণ হৈছে আৰু প্ৰতিবেদনো প্ৰকাশ পাইছে। এতিয়া অপেক্ষা মাথোঁ এই ঔষধৰ অনুমোদনৰ।

প্ৰতিবেদন অনুসৰি বেজী দিয়াৰ ২১ দিনৰ পিছত ৭৭ শতাংশৰ জীৱন ধাৰণ ক্ষমতাসম্পন্ন শুক্ৰাণুৰ সংখ্যা হ্ৰাস পায়, যাক চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা এজ’স্পাৰমিয়া বুলি জনা যায়। আৰু ১৩.৫ শতাংশ ক্ষেত্ৰত শুক্ৰাণুৰ সংখ্যা কমি যায়, যাক চিকিৎসাৰ ক্ষেত্ৰত অলিগ’জ’স্পাৰমিয়া বুলি কোৱা হয়। 

৬ মাহৰ পিছত এজুস্পাৰনিয়াৰ মাত্ৰা ৯৭.২ শতাংশলৈ বৃদ্ধি পায় আৰু এবছৰৰ পিছত এই মাত্ৰা ৯৭.০৩ শতাংশলৈ বৃদ্ধি পায়। এই পৰীক্ষাত এতিয়ালৈকে কোনো পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হোৱা নাই।

জানিব পৰা মতে, দেশৰ পাঁচটা স্থানত – নতুন দিল্লী, উধমপুৰ, লুধিয়ানা, জয়পুৰ আৰু খৰগপুৰত এই পৰীক্ষা সম্পন্ন কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd