• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টে’ট পৰীক্ষা পিছুৱালে; অনলাইন আৱেদনকাৰীয়ে সম্পাদন/সংশোধন কৰিব পাৰিব পূৰ্বৰ আৱেদন

দিব্যাংগসকলৰ পৰা অনলাইন আৱেদন গ্ৰহণৰ সময় ২৭ ছেপ্টেম্বৰলৈকে বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2019 9:56 am
TET_Rescheduled
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ নিবনুৱাৰ বাবে বহু প্ৰত্যাশিত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক টে’ট পৰীক্ষাৰ তাৰিখ পিছুৱাই ১০ নৱেম্বৰ কৰা হৈছে বুলি এখন জাননীযোগে জনোৱা হৈছে।

পূৰ্বে এই পৰীক্ষাটো ২০ অক্টোবৰত অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছিল শিক্ষা বিভাগে।

Apply Now

ইয়াৰ উপৰি শিক্ষা বিভাগে পূৰ্বৰ বিজ্ঞাপনটোৰ আন কেইবাটাও কথা সালসলনি কৰিছে।

দিব্যাংগসকলৰ পৰা অনলাইন আৱেদন গ্ৰহণৰ সময় বৃদ্ধি কৰি তেওঁলোকক ১৯ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰৰ ভিতৰত আৱেদন জমা দিয়াৰ সুযোগ দিয়া হৈছে।

এওঁলোকৰ মাজৰ পূৰ্বে আৱেদন কৰাসকলেও এই সময়ছোৱাৰ ভিতৰত তেওঁলোকৰ এপ্লিকেইশ্যন নম্বৰ আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি তেওঁলোকৰ আৱেদন সংশোধন কৰিব পাৰিব বুলি জাননীখনত জনোৱা হৈছে।

অন্য আৱেদনকাৰীসকলৰ মাজৰো যিসকলে বি এড/ডি এল এড পাঠ্যক্ৰম অধ্যয়ন কৰি আছে বুলি প্ৰপত্ৰ পূৰোৱাৰ সময়ত তথ্য দিছিল, তেওঁলোকে এই পাঠ্যক্ৰম লৈ থকা সবিশেষ তথ্য ১৯ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰৰ ভিতৰত নিজৰ অনলাইন আৱেদন সম্পাদনা বা সংশোধনৰ জৰিয়তে আপল’ড দিয়াটো বাধ্যতামূলক বুলি কোৱা হৈছে। সম্পাদনা বা সংশোধন নিজৰ এপ্লিকেইশ্যন নম্বৰ আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি কৰিব পাৰিব।

এই সম্পৰ্কত আপল’ড কৰিব লগীয়া তথ্যবোৰ-

(ক) বৃত্তিমূলক পাঠ্যক্ৰমটোত (বি এড/ডি এল এড) এডমিশ্যন লোৱাৰ তাৰিখ।

(খ) বৃত্তিমূলক পাঠ্যক্ৰমটো (বি এড/ডি এল এড) গ্ৰহণ কৰি থকা প্ৰতিষ্ঠানটোৰ নাম।

(গ) বৃত্তিমূলক পাঠ্যক্ৰমটোৰ (বি এড/ডি এল এড) প্ৰকাৰ (ৰেগুলাৰ বা অ’ ডি এল)।

(ঘ) য’ত বৃত্তিমূলক পাঠ্যক্ৰমটো (বি এড/ডি এল এড) লোৱা হৈছে সেই প্ৰতিষ্ঠানটোৰ ছীলযুক্ত এডমিশ্যন ৰিচিপ্টটোৰ স্ব-স্বাক্ষৰিত প্ৰতিলিপি।

বৃত্তিমূলক পাঠ্যক্ৰম অধ্যয়ন কৰি থকা মানে এই সকলো আৱেদনকাৰীক বুজোৱা হৈছে, যিসকলে বি এড/ডি এল এড অৰ্হতাটো অৰ্জন নকৰা সত্ত্বেও আৱেদনপত্ৰ পূৰ কৰিছিল।

যিসকল প্ৰাৰ্থীয়ে এই তথ্য/নথিবোৰ নিৰ্ধাৰিত তাৰিখৰ ভিতৰত আপল’ড নকৰে, তেওঁলোকক প্ৰত্যাখ্যান কৰা হ’ব আৰু তেওঁলোকৰ মাচুল ঘূৰাই দিয়া হ’ব, জাননীখনত এইদৰে কোৱা হয়।

টে’ট পৰীক্ষাৰ সম্পৰ্কীয় পূৰ্বৰ বিজ্ঞাপনটো শিক্ষা বিভাগে ৩০ আগষ্টত প্ৰকাশ কৰিছিল আৰু ২ ছেপ্টেম্বৰৰ পৰা অনলাইন আৱেদন পূৰোৱা কাম আৰম্ভ হৈ ১৭ ছেপ্টেম্বৰত শেষ হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd