NORTHEAST NOW (Assamese)

টেট পৰীক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল ছেবা কাৰ্যালয়

December 27, 2021 2:02 pm · জাহ্নৱী বৰুৱা, গুৱাহাটী

ছেবা কাৰ্য্যালয়ৰ সন্মুখভাগত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম চৰকাৰে আয়োজন কৰা টেট পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নিম্ন প্ৰাথমিক টেট পৰীক্ষাত অৱৰ্তীন পৰীক্ষাৰ্থী সকলে প্ৰতিবাদত ভাগ লয়।

পৰীক্ষাৰ্থী সকলে ছেবা কৰ্তৃপক্ষৰ বিৰুদ্ধে পৰীক্ষাৰ বহী নিৰীক্ষণত ব্যাপক খেলি-মেলি কৰাৰ অভিযোগ তোলে।

এনে অনিয়মৰ বিৰুদ্ধে ন্যায় বিচাৰি আৰু উত্তৰ বহী পুনৰীক্ষণ কৰাৰ দাবীত পৰীক্ষাৰ্থী সকলে এই প্ৰতিবাদ সাব্যস্ত কৰে।

Related News