• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিয়াবৰত ডিজিটেল ইণ্ডিয়াৰ বিধ্বস্ত ৰূপ: চাৰিশ বৰ্গফুটৰ এটা কোঠাতে চলি আছে ৬ টাকৈ শ্ৰেণীৰ পাঠদান

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
December 27, 2021 2:31 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াবৰত ডিজিটেল ইণ্ডিয়াৰ শিক্ষাৰ নমুনা দেখিলে আপুনি হতবাক হ’ব। বাহঁৰ বেৰৰ জলঙাৰে বাহিৰৰ পৰিবেশ দেখা পোৱা প্ৰায় চাৰিশ বৰ্গফুটৰ এটা কোঠাতে চলি আছে ৬ টাকৈ শ্ৰেণীৰ পাঠদান।

এইখন অসমৰে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ ৰূপে আপোনাৰ চকু কপালত তুলিব।

Apply Now

নগাওঁ জিলাৰ কলিয়াবৰৰ এইখন ২ নং নিজ চিলাবন্ধাৰ প্ৰাথমিক বিদ্যালয়ৰ সাম্প্ৰতিক ৰূপটোৱে প্ৰত্যাহ্বান জনাইছে চৰকাৰী উন্নয়নক ,ভেঙুচালি কৰিছে শিক্ষা বিভাগৰ সংস্কাৰ যাত্ৰাক।

বাহঁৰ বেৰৰ জলঙাৰে বাহিৰৰ পৰিবেশ দেখা পোৱা প্ৰায় চাৰিশ বৰ্গফুটৰ এটা কোঠাতে চলি আছে ৬ টাকৈ শ্ৰেণীৰ পাঠদান।

এই কোঠাটোতে ‘ক’ৰ পৰা পঞ্চম শ্ৰেণীলৈ তিনিগৰাকী শিক্ষকে কৰিব লগা হৈছে পাঠদান।বিদ্যালয়খনত নাই প্ৰয়োজনীয় শ্ৰেণীকোঠা,বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা।একমাত্ৰ বিদ্যুৎৰ অভাবৰ বাবেই বঞ্চিত খোৱাপানীৰ পৰাও।

১৯৮০ চনতে স্থাপিত আৰু ২০১৩ বৰ্ষত চৰকাৰীকৰণ হোৱা দুই নং নিজ চিলাবন্ধা প্ৰাথমিক বিদ্যালয়ৰ এনে দুৰ্দশাগ্ৰস্ত ছবিখনে চৰকাৰী উন্নয়নৰ প্ৰতি কঢ়িয়াই আনিছে চৰম ভাবুকি।

আনহাতে যিটো সময়ত চৰকাৰে প্ৰতিটো সমষ্টিতে একোখনকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ কথা কৈছে সেইটো সময়তে কলিয়াবৰৰ এখন অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ দুখ লগা ছবিয়ে আপোনাৰ চকু সেমেকাই তুলিব।

কলিয়াবৰৰ জখলাবন্ধা টাউনৰ মাজমজিয়াত ১৯৫৮ চনতে নিৰ্মাণ হোৱা এইখন বংকটেশ্বৰ প্ৰাথমিক বিদ্যালয়। মাত্ৰ এটা কোঠাতে বিগত ৬৩ ৱছৰ ধৰি ছটাকৈ শ্ৰেণীৰ পাঠদান চলি আছে বিদ্যালয়খনৰ।

প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ একে সময়তে পাঠদান কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় শিক্ষক-শিক্ষয়িত্ৰী সকলো। আনকি আওপুৰণি গৃহটোৰ বাবেই প্ৰতিদিনে মনত এক শংকা লৈও পাঠদান কৰাব লগা হয় বিদ্যালয়খনত।

ইয়াৰ উপৰিও ক্লাব ঘৰ সদৃশ কোঠাতে পাঠদান কৰাব লগা হোৱাৰ বাবে বিদ্যু বিজুতি ঘটিলেই অন্ধকাৰ হৈ পৰে কোঠাটো।
আনকি মাটিৰ অভাবৰ বাবে বিদ্যালয়খনৰ ভিতৰ ভাগতে আছে দমকলটোও।ছাত্ৰ-ছাত্ৰী শাৰীৰিক বিকাশৰ বাবে নাই এখন খেলপথাৰো।

অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ এনে দুৰৱস্থাৰ ছবিখনৰ বৰ্তমান চিন্তিত কৰি তুলিছে সকলোকে। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলোৰে চৰকাৰলৈ অনুৰোধ বিদ্যালয়খনৰ গৃহটো পুনৰ নিৰ্মাণ কৰি পাঠদানৰ উপযোগী কৰি দিয়ক।

ৰিদিপ শৰ্মা,কলিয়াবৰ

ৰিদিপ শৰ্মা,কলিয়াবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd