• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোককৃষ্টিৰ সাধক খগেন গগৈক প্ৰতিমা পাণ্ডে বৰুৱা স্মাৰক বঁটা-২০২১ প্ৰদান আছুৰ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
December 27, 2021 2:02 pm
WhatsApp Image 2021-12-27 at 1.37.11 PM

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ১৯তম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি সদৌ অসম ছাত্ৰ সন্থাই সোমবাৰে মহানগৰীৰ চানমাৰিস্থিত প্ৰতিমা বৰুৱা পাণ্ডে প্ৰতিমূৰ্তিস্থলীত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা লোককৃষ্টিৰ সাধক খগেন গগৈক প্ৰদান কৰে।

উল্লেখ্য যে  ২০০৭  চনৰ পৰা ২০২০ চনলৈ এই বঁটা প্ৰাপক লোককৃষ্টিৰ সাধকসকল হৈছে ক্ৰমে বিমল মালী, সীতানাথ ৰায়, তুলসী নেওগ ওজা, ফুলকুমাৰী কলিতা, শুক্ৰাচাৰ্য্য ৰাভা, ড°  অনিল শইকীয়া, মুহিবুৰ ৰহমান,জয়াচৰন বাথাৰী, দীপক কুমাৰ পাম, স্নেহলতা দাস, চন্দ্ৰ ছিং ক্ৰ, শম্ভু ৰাভা, বিনোদ সনাল আৰু  পবিত্ৰ ৰাভা।

Also Read: অসম সাহিত্য সভাৰ ১০৫সংখ্যক প্ৰতিষ্ঠা দিৱস; বৰ্ণাঢ্য জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত

Apply Now

এইবছৰ এই বঁটা বিহু সম্ৰাট খগেন গগৈক প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি শিল্পী গগৈয়ে প্ৰতিমা পাণ্ডে বৰুৱাৰ সৈতে কটোৱা সুমধুৰ স্মৃতি বৰ্ণনা কৰে।

লোককৃষ্টিৰ সাধকগৰাকীয়ে এই বঁটা লাভ কৰি সন্তোষ প্ৰকাশ কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাক কৃতজ্ঞতা জ্ঞাপন কৰে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm
সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm
অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm
‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

August 25, 2026 12:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm
সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd