DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৃত্যুৰ সৈতে যুঁজি থকা টে’ট শিক্ষকৰ সহায়ৰ বাবে ৰাইজলৈ পৰিয়ালৰ কাতৰ আহ্বান

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 18, 2019 9:26 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

ছয়দুৱাৰ ব্লকৰ অন্তগত চাকু মাকু প্ৰাথমিক বিদ্যালয়ৰ টে’ট শিক্ষক ললিত শৰ্মা দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ বৰ্তমান মহানগৰীৰ জি এন আৰ চিত চিকিত্সাধীন হৈ আছে।

ক’মাত থকা শিক্ষকগৰাকীৰ চিকিৎসা প্ৰক্ৰিয়া যথেষ্ট দীঘলীয়া হ’ব বুলি চিকিৎসকে জানিবলৈ দিয়ে। লগতে চিকিৎসকে টে’ট শিক্ষক গৰাকীৰ চিকিৎসাৰ বাবদ আনুমানিক ২৫ লাখৰো অধিক টকা খৰচ হ’ব বুলি পৰিয়ালৰ লোকক অৱগত কৰে।

উল্লেখ্যযোগ্য যে দৈনিক ভেন্টিলেছনত ৰখাৰ লগতে চিকিৎসাৰ যাৱতীয় খৰছৰ বাবদ শিক্ষকগৰাকীৰ পৰিয়ালবৰ্গই দৈনিক প্ৰায় ৩০ হাজাৰকৈ ব্যয় কৰিবলগীয়া হৈছে।

ইতিমধ্যে টে’ট শিক্ষকগৰাকীৰ সতীৰ্থ শিক্ষক-শিক্ষয়ত্ৰীসকলে ১ লাখ টকাৰ অনুদান তেওঁৰ চিকিৎসাৰ বাবে আগবঢ়াইছে। আনহাতে আন এটা অনুষ্ঠানেও তেওঁৰ চিকিৎসাৰ বাবে ৫০ হাজাৰ টকা সংগ্ৰহ কৰিছে। কিন্তু এই ধন শিক্ষকগৰাকীৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত নহয়।

সেয়েহে চিকিৎসাধীন টে’ট শিক্ষকগৰাকীৰ দুৰ্ভগীয়া পৰিয়ালটোৱে অসমবাসীৰ পৰা আৰ্থিক সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে।

সদাশয় ব্যক্তি বা দল-সংগঠনে NILA KANTA SHARMA’ৰ ষ্টেট বেংক একাউন্ট নম্বৰ 11847714206, IFSC SBIN0009140 ত আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰে।

Recent News

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd