• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিৰাট কোহলি, ক্ৰিছ গেইলৰ খেল চাবলৈ সাজু তেজপুৰৰ ৮ হাজাৰ ক্ৰিকেট প্ৰেমী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2019 11:00 am
kohli and Gyle

বিৰাট কোহলি আৰু ক্ৰিছ গেইলৰ ফাইল ফটো।

2.2k
VIEWS
Share on FacebookShare on Twitter

তেজপুৰত একেলগে ৮ হাজাৰ ক্ৰিকেটপ্ৰেমীয়ে উপভোগ কৰিব আই পি এলৰ খেল। ক্ৰিকেট ষ্টেডিয়ামৰ দৰে একেই অনুভুতিৰে ক্ৰিকেটপ্ৰেমীয়ে উপভোগ কৰিব পাৰিব আই পি এলৰ তীব্ৰ উত্তেজনাপূৰ্ণ ৰোমাঞ্চকৰ খেলকেইখন।

২৭ আৰু ২৮ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ৰাজস্থান ৰয়েলছ বনাম ছানৰাইজাৰ্ছ হাইদৰাবাদ, দিল্লী কেপিটেলছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আৰু কলকতা নাইট ৰাইডাৰ্ছ বনাম মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলকেইখন উপভোগ কৰাৰ বাবে ইতিমধ্যে তেজপুৰৰ ঐতিহাসিক প’ল’ খেলপথাৰখন সজাই তোলা হৈছে।

দেশৰ ক্ৰিকেটপ্ৰেমী সকলক ক্ৰিকেট ষ্টেডিয়ামৰ আমোদ দিয়াৰ লক্ষ্যৰে আই পি এলৰ মুখ্য স্প’নছৰ ভিভোই দেশৰ বিভিন্ন স্থানত ফেন পাৰ্ক স্থাপন কৰি বৃহৎ স্ক্ৰীণত খেল উপভোগ কৰাৰ সুবিধা কৰি দিছে।

ইতমধ্যে তেজপুৰত সজাই তোলা ফেন পাৰ্কত আই পি এলৰ খেল উপভোগ কৰাৰ বাবে স্থানীয় লোকসকল ব্যগ্ৰ হৈ আছে। ফেন পাৰ্কত দৰ্শক সকলে বিনামূলীয়াকৈ খেল উপভোগ কৰাৰ লগতে বিভিন্ন ধৰণৰ খাদ্য  সামগ্ৰীৰ সোৱাদ ল’ব পাৰিব।

উল্লেখযোগ্য যে, ফেন পাৰ্কত খেল উপভোগ কৰিব বিচৰা দৰ্শক সকলে খেল আৰম্ভ হোৱাৰ দুঘণ্টা পূৰ্বে ফেন পাৰ্কত প্ৰবেশ কৰিব লাগিব। আঠ হাজাৰ দৰ্শকে একেলগে বহি খেল চাব পৰা সুবিধা থকা ফেন পাৰ্কত শিশু সকলৰ বাবে বিষেশ আসনৰ ব্যৱস্থা আছে।

তেজপুৰৰ পূৰ্বে যোৰহাট, ডিব্ৰুগড় আদিতো ফেন পাৰ্কৰ জড়িয়তে ক্ৰিকেটপ্ৰেমী সকলক আই পি এলৰ খেল দেখুৱা হৈছিল।

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd