• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নোবেল বিজয়ী ব্যক্তিৰ কৰ্মৰাজিৰ ওপৰত তেজপুৰ বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব এলানি বক্তৃতা

NE NOW NEWS এন ই নাও নিউজ
তেজপুৰ , November 12, 2018 2:13 pm

1 min read

tezpur-nobel-750x375

সৌজন্য : টুইটাৰ

319
VIEWS
Share on FacebookShare on Twitter

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে নোবেল বঁটা বিজয়ী ব্যক্তিৰ ওপৰত দুদিনীয়াকৈ এলানি বক্তৃতানুষ্ঠানৰ আয়োজন কৰিছে। বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত ক্ৰমে বুধবাৰ আৰু বৃহস্পতিবাৰে এই বক্তৃতানুষ্ঠান অনুষ্ঠিত হ’ব।

উক্ত দুয়োটা দিনতে আবেলি ৩ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজালৈ বক্তৃতানুষ্ঠানটো অনুষ্ঠিত হ’ব।

এই বক্তৃতানুষ্ঠানত ইতিহাসৰ বহু প্ৰসিদ্ধ নোবেল বঁটা বিজয়ীৰ বিদ্যায়তিক তথা অনুপ্ৰেৰণামূলক কৰ্মৰাজিৰ বিষয়ত আলোকপাত কৰা হ’ব।

উক্ত বক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰা ব্যক্তিসকলৰ বক্তৃতা শুনিবলৈ বিশ্ববিদ্যালয়খনৰ তৰফৰ পৰা সকলোকে আমন্ত্ৰণ জনোৱা হৈছে।

ব্কতৃতাৰ প্ৰতিটো বিষয়ৰ ওপৰতে লিখা শ্ৰেষ্ঠ লেখনিটোক ৪,০০০ নগদ টকাৰ এক আকৰ্ষণীয় পুৰষ্কাৰ প্ৰদান কৰা হ’ব।

নোবেল বিজয়ীসকলৰ কৰ্মৰাজিৰ ওপৰত অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলৰ সমৃদ্ধ জ্ঞানে দৰ্শকসকলক নিশ্চিতভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ লগতে কঠিন জীৱন সংগ্ৰামৰ মাজেৰে বৃহৎ সফলতা লাভ কৰা প্ৰতিগৰাকী নোবেল বিজয়ীৰ কাহিনীয়ে লগতে সকলোকে আকৰ্ষণ তথা অনুপ্ৰাণিত কৰিব।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd